ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Raj Kunda new film I ১৪ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পৰিল নেকি শিল্পা শ্বেট্টী-ৰাজ কুন্দ্ৰাৰ?

নিউজ ডেস্কঃ

News Desk by News Desk
October 20, 2023
Reading Time: 1 min read
A A
0
Raj Kunda new film I ১৪ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পৰিল নেকি শিল্পা শ্বেট্টী-ৰাজ কুন্দ্ৰাৰ?

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

২০২১ চনৰ পৰা সময় বেয়া হৈ আছিল বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীৰ (Actress Shilpa Shetty) ব্যৱসায়ী স্বামী ৰাজ কুন্দ্ৰাৰ (Raj Kundra)। পৰ্ণ’গ্ৰাফী গোচৰত গ্ৰেপ্তাৰ হৈ জামিনত মুকলি কৰি দিয়াৰ পিছত কেইবাদিনো জনসাধাৰণৰ দৃষ্টিৰ পৰা লুকাই আছিল। কিন্তু শেহতীয়াকৈ তেওঁ কয় যে তেওঁ এখন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিব। ইতিমধ্যে ছবিখনৰ প্ৰথম আভাস ওলাইছে। নৱেম্বৰ মাহত মুক্তি পাবলগীয়া আছে ছবিখন।

কিন্তু তাৰ পূৰ্বে ৰাজে নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলৰ পৰা আজি এটা প্ৰতীকী বাৰ্তা দিলে। তাত তেওঁ বিচ্ছেদৰ কথা (Separation in Raj’s previous Twitter handle symbolic message) কয়। যাৰ বাবে ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে।নিজৰ এক্স হেণ্ডেলত ৰাজে লিখিছে, “আমাৰ বিচ্ছেদ হৈ গৈছে। এই কঠিন সময়ত আমাৰ কাষত থকাৰ অনুৰোধ কৰিছোঁ।”

১৪ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পৰিল নেকি শিল্পা শ্বেট্টী-ৰাজ কুন্দ্ৰাৰ?

ছচিয়েল মিডিয়াত ৰাজৰ এই বাৰ্তাৰ পিছত প্ৰশ্ন উত্থাপন হৈছে, কাৰ লগত শিল্পাৰ স্বামীয়ে বিচ্ছেদৰ কথা ঘোষণা কৰিছে? শিল্পা আৰু ৰাজৰ ১৪ বছৰীয়া বিবাহৰ অন্ত পৰিল নেকি! যদিও ৰাজে এই বিষয়ে স্পষ্টকৈ একো কোৱা নাই। শিল্পায়ো মুখত তলা লগাই থৈছে।

ৰাজৰ এই বাৰ্তাক গুৰুত্বসহকাৰে লʼবলৈ ইচ্ছুক নহয় শিল্পাৰ অনুৰাগী। সংশ্লিষ্ট মহলৰ এটা অংশৰ মতে, আগন্তুক ছবিখনৰ প্ৰচাৰৰ অজুহাত হিচাপে ছচিয়েল মিডিয়াত ৰাজে এই বাৰ্তা দিছে। ৰাজৰ আগন্তুক ছবিখনৰ নাম ‘UT69’ (Raj’s upcoming Movie is called UT69)। কাহিনীটোত ৰাজে কাৰাবন্দী ব্যৱসায়ীৰ চৰিত্ৰত অভিনয় কৰিব। বহুতে ভাবে যে সেইবাবেই ৰাজে বিচ্ছেদৰ কথা ঘোষণা কৰিছে।
উল্লেখযোগ্য যে ২০২১ চনত পৰ্ণ’গ্ৰাফীৰ গোচৰত ৰাজক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত ৰাজে প্ৰায় দুমাহ আৰ্থাৰ ৰোড জে’লত কটাবলগীয়া হৈছিল। অনুমান কৰা হৈছে যে তেওঁৰ কাৰাদণ্ডৰ অভিজ্ঞতাক ‘UT69’ত উজ্জ্বল কৰি তোলা হৈছে। আৰু সেইবাবেই শিল্পাৰ অনুৰাগীয়ে দাবী কৰিছে যে ৰাজে ছচিয়েল মিডিয়াত বিচ্ছেদৰ কথা ঘোষণা কৰিছে।

Tags: RajKundaৰাজকুন্দ্ৰা
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
50
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন
National-International

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx