ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আছুৰ নেতৃত্বত বিভিন্ন সম্প্ৰদায়ৰ সন্মিলিত কা-বিৰোধী প্ৰতিবাদেৰে উত্তাল বোকাখাত

ASSAM TIMES POST by ASSAM TIMES POST
December 17, 2019
Reading Time: 1 min read
A A
0
আছুৰ নেতৃত্বত বিভিন্ন সম্প্ৰদায়ৰ সন্মিলিত কা-বিৰোধী প্ৰতিবাদেৰে উত্তাল বোকাখাত

assam times post 2 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

অজন্তা তালুকদাৰ, বোকাখাত

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান ক্ৰমে সমগ্ৰ “নাগৰিকত্ব সংশোধনী আইন ২০১৯” ৰ বাতিলৰ দাবীত বোকাখাত মহকুমা ছাত্ৰ সন্থা, বোকাখাত পুৱতি সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বোকাখাত ব্যৱসায়ী সন্থা, বোকাখাত পাল নাম সমিতি, বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলন, বোকাখাত দৈনিক বজাৰ পৰিচালনা সমিতি, নুমলীগড় জুনিয়ৰ কলেজ, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত চাহ জনগোষ্ঠী সাহিত্য সভা, বোকাখাত বঙালী সমাজ, বোকাখাত মাৰোৱাৰী সমাজ, বোকাখাত জামে মজিদ সমাজ, বোকাখাত সাংবাদিক সন্থা, কাজিৰঙা নিউজ নেটৱৰ্ক, ইমজাকে আদি কৰি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে বোকাখাতৰ সকলো দল-সংগঠন, বোকাখাতবাসী ৰাইজ আৰু বোকাখাতৰ শিল্পী সমাজৰ সহযোগত অসমৰ লগতে আজি বোকাখাত ৰাজহুৱা খেলপথাৰত “জয় আই অসম”, “কা বাতিল কৰক”, “কা আমি নামানো”, “সৰ্বানন্দ সোনোৱাল হাই হাই” ধ্বনি তুলি এক বিশাল গণ সত্যাগ্ৰহতত অৱতীৰ্ণ হয় সমূহ খিলঞ্জীয়া বোকাখাতবাসী ৰাইজ।

WhatsApp Image 2019 12 17 at 2.47.46 PM | ASSAM TIMES POSTWhatsApp Image 2019 12 17 at 2.47.43 PM e1576580641177 | ASSAM TIMES POST

সমাজকৰ্মী, বোকাখাতৰ প্ৰাক্তন বিধায়ক বলোভদ্ৰ তামুলী, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, প্ৰাক্তন ছাত্ৰ নেতা নবাগত শইকীয়া, প্ৰাক্তন ছাত্ৰ নেতা জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক মনোৱাৰ হুছেইন, জ্যেষ্ঠ নাগৰিক চৈয়দ আনিচুৰ ৰহমান, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি দীপক হাজৰিকা, সদৌ অসম কৰ্মচাৰী পৰিষদ, বোকাখাতৰ সভাপতি অতুল বড়ি, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন প্ৰধান সম্পাদিকা সুৱৰ্ণ শইকীয়া বৰদলৈ, আটছাৰ বোকাখাত মহকুমাৰ সম্পাদক অনিত গড়, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, গোৰ্খা ছাত্ৰ সন্থাৰ ৰুদ্ৰ ছেত্ৰী আদিয়ে নিজ নিজ বক্তব্যত কা-ৰ পৰা অসমৰ জাতীয় অস্তিত্বৰ বিলুপ্তিৰ আশংকাৰ বিষয়ে বিশদভাৱে বিশ্লেষণ কৰি আইনখনৰ বিৰোধিতা কৰি শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে কা-বিৰোধী আন্দোলনটোক আগবঢ়াই নিবলৈ উপস্থিত ৰাইজক অসমীয়া জাতীয়তাবাদেৰে উদ্বুদ্ধ কৰি তোলে।

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/12/WhatsApp-Video-2019-12-17-at-2.51.02-PM.mp4

ইয়াৰ পিছতে উপস্থিত সকলো দল-সংগঠনকে আদি কৰি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো উপস্থিত প্ৰায় ১০ হাজাৰ ৰাইজে “বিজেপি গ’ বেক”, “আমি কা নামানো”, “অমিত শ্বাহ হুচিয়াৰ”, “অতুল বৰা হুচিয়াৰ”, “নৰেন্দ্ৰ মোডি হুচিয়াৰ” আদি ধ্বনিৰে বোকাখাতৰ আকাশ বতাহ উত্তাল কৰি সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে। উল্লেখ্য যে এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে এজনীয়া ন্যায়াধীশৰেৰে গঠিত বিচাৰপীঠৰ পৰিবৰ্তে পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ দাবী তুলি ধৰা হয়। শেষত বোকাখাত চহৰৰ প্ৰাণকেন্দ্ৰ চিকন আতা মূল প্ৰৱেশ দ্বাৰৰ সমীপত সমূহ প্ৰতিবাদী ৰাইজৰদ্বাৰা অসম সংগীত পৰিবেশনেৰে প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি পৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

by News Desk
June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

by News Desk
June 17, 2026
50
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

by Staff Reporter
June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

by Staff Reporter
June 17, 2026
50
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

Telegram ban I নিষিদ্ধ সত্ত্বেও টেলিগ্ৰামে কাম কৰি আছে, ভাৰতীয় প্ৰযুক্তিৰ শক্তিক লৈ প্ৰশ্ন উত্থাপন

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx