ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence : মণিপুৰ হিংসাৰ চিবিআইৰ শুনানি গুৱাহাটীৰ হাইকোৰ্টত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 25, 2023
Reading Time: 1 min read
A A
0
Manipur violence : মণিপুৰ হিংসাৰ চিবিআইৰ শুনানি গুৱাহাটীৰ হাইকোৰ্টত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

চিবিআয়ে তদন্ত চলাই থকা মণিপুৰৰ হিংসা সম্পৰ্কীয় গোচৰৰ শুনানি (Hearing of cases related to violence in Manipur) গ্ৰহণ কৰিব গুৱাহাটীত । শুকুৰবাৰে এই নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে (Supreme Court order)। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে সেই গোচৰসমূহৰ বিচাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিম্ন আদালত (Gauhati High Court Chief Justice to Lower Court) মনোনীত কৰাৰ দায়িত্ব প্ৰদান কৰে। উচচতম ন্যায়ালয়ে কয় যে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ জিম্মা, হিংসাৰ অভিযোগত অভিযুক্ত ব্যক্তি আৰু সাক্ষীৰ শুনানিও গুৱাহাটীত অনুষ্ঠিত হʼব।

অৱশ্যে শাৰীৰিক উপস্থিতিৰ লগতে ভাৰ্চুৱেল শুনানিও চলি থাকিব পাৰে বুলি উচ্চতম ন্যায়ালয়ে কয়। ইয়াৰ বাবে প্ৰয়োজনীয় ইণ্টাৰনেট সেৱাৰ ব্যৱস্থা কৰিবলৈ মণিপুৰ চৰকাৰক নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে যোৱা ২০ জুলাইত মণিপুৰৰ কাংপকপিত দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি ৰাজপথত ঘূৰোওৱাৰ ভিডিঅ’ আৰু দলীয় ধৰ্ষণৰ অভিযোগৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল দেশৰ শীৰ্ষ ন্যায়ালয়ে।

ghc | ASSAM TIMES POST

ইয়াৰ পিছতে যোৱা ৮ আগষ্টত মণিপুৰৰ হিংসাৰ তদন্ত আৰু হিংসাৰ বলি হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ ওপৰত নজৰ ৰাখিবলৈ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত মহিলা ন্যায়াধীশৰ এখন সমিতি গঠন কৰা হয়।

চলিত মাহত চিবিআয়ে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে ২৯গৰাকী মহিলা বিষয়াসহ ৫৩গৰাকী বিষয়াৰে ‘এছআইটি’ গঠন কৰে। চিবিআইৰ যুটীয়া সঞ্চালক ঘনশ্যাম উপাধ্যায়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া তদাৰক কৰিব। সংস্থাটোৰ এক সূত্ৰই জনোৱা মতে, চিবিআইৰ ইতিহাসত কেতিয়াও কোনো ঘটনাৰ তদন্তৰ বাবে ইমান বৃহৎ সংখ্যক বিষয়া নিযুক্তি দিয়া হোৱা নাই।

Tags: ManipurViolenceManipurViolenceRelatedCasesমণিপুৰহিংসা
Share4Tweet3Send

Related Posts

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ
NORTHEAST

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

by News Desk
June 15, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx