ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Restoring Peace In Manipur I মণিপুৰত শান্তি ঘূৰাই অনাৰ পদক্ষেপ কি? পৰিস্থিতিৰ বাখ্যা দিলে অমিত শ্বাহে

নিউজ ডেস্কঃ

News Desk by News Desk
June 26, 2023
Reading Time: 1 min read
A A
0
Restoring Peace In Manipur I মণিপুৰত শান্তি ঘূৰাই অনাৰ পদক্ষেপ কি? পৰিস্থিতিৰ বাখ্যা দিলে অমিত শ্বাহে

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

আমেৰিকা আৰু ইজিপ্ত ভ্ৰমণ কৰি দেশলৈ উভতি অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ক মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah)। যদিও এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই, তথাপিও চৰকাৰী সূত্ৰৰ জৰিয়তে এই খবৰ পোৱা গৈছে।

অমিত শ্বাহ
মণিপুৰত শান্তি ঘূৰাই অনাৰ পদক্ষেপ কি? পৰিস্থিতিৰ বাখ্যা দিলে অমিত শ্বাহে

তিনিদিনীয়া আমেৰিকা আৰু দুদিনীয়া ইজিপ্ত ভ্ৰমণ সমাপ্ত কৰি দেওবাৰে উভতি আহে প্ৰধানমন্ত্ৰীগৰাকী। আনহাতে, দেওবাৰেও মণিপুৰৰ পৰা হিংসাত্মক ঘটনা (Manipur Violence) সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। দেওবাৰে সন্ধিয়া শ্বাহে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে বৈঠকত মিলিত হয়।

শনিবাৰে বিয়লি দিল্লীত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত সভাপতিত্ব কৰে শ্বাহে। শ্বাহী বৈঠকৰ অন্তত এটা টুইটত বীৰেনে কয়, “মণিপুৰৰ পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ‘সক্ষম’।” তেওঁৰ বক্তব্যৰ সমৰ্থনত বীৰেণ সিঙে লগতে কয়, “১৩ জুনৰ পৰা ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ বাবে কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই।”

mani 2 | ASSAM TIMES POST

পিছত সংবাদ মাধ্যমৰ সন্মুখত মণিপুৰৰ মুখ্যমন্ত্রীগৰাকীয়ে কয়, “ৰাজ্যৰ সকলো বিধায়ক, ৰাজনৈতিক দলৰ প্রতিনিধি, নাগৰিক মঞ্চৰ সৈতে কথা পতাৰ এয়া আদৰ্শ সময়।” লগতে মণিপুৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিজৰ চৰকাৰৰ কাষত থিয় দিয়াৰ আশ্বাস দিছে বুলিও তেওঁ কয়।

বীৰেণ সিঙে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়েও বিশদ প্ৰতিবেদন শ্বাহক অৰ্পণ কৰে।সূত্ৰ অনুসৰি, অমিত শ্বাহে মণিপুৰৰ হিংসা ৰোধৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপৰ  বিষয়ে বিতংভাৱে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

Tags: ManipurViolenceঅমিতশ্বাহমণিপুৰহিংসা
Share4Tweet3Send

Related Posts

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ
NORTHEAST

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

by News Desk
June 15, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
Minor gang rape : বিয়া খাবলৈ গৈ গণধর্ষণৰ চিকাৰ ১৩ বছৰীয়া ছাত্রী, গ্ৰেপ্তাৰ ৫
National-International

Minor rape case I মাতৃৰ কাষৰ পৰা ৯ মহীয়া কেঁচুৱাক তুলি নি ধৰ্ষণ ১২ বছৰীয়া নাবালকৰ

June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Minor gang rape : বিয়া খাবলৈ গৈ গণধর্ষণৰ চিকাৰ ১৩ বছৰীয়া ছাত্রী, গ্ৰেপ্তাৰ ৫

Minor rape case I মাতৃৰ কাষৰ পৰা ৯ মহীয়া কেঁচুৱাক তুলি নি ধৰ্ষণ ১২ বছৰীয়া নাবালকৰ

June 22, 2026
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx