ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Kajol I কামৰ সন্ধানত কাজল

নিউজ ডেস্কঃ

News Desk by News Desk
June 23, 2023
Reading Time: 1 min read
A A
0
Kajol I কামৰ সন্ধানত কাজল

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

কাজলে (Kajol looking work) কাম বিচাৰিছে? এটা ভিডিঅ’ৰ বাবেই এতিয়া সৰ্বত্ৰে চৰ্চা! বলীউডৰ কেৰিয়াৰৰ তিনিটা দশক পাৰ কৰাৰ পিছত কাজলে কাম বিচাৰিবলগা‌ হৈছে? ভিডিঅʼটোত ছিমৰনে ঠিক সেয়াই কৈছে। তাত ধেমালি বা ৰসিকতা অলপো নাই। যথেষ্ট গাম্ভীৰ্যতাৰে কাজলে কয় যে পাৰিবাৰিক দায়িত্ব আৰু সন্তানক ডাঙৰ-দীঘল কৰাৰ কৰ্তব্যৰ বাবেই অভিনয়ৰ পৰা অৱসৰ ল’বলগীয়া হয়।

কাজল
কামৰ সন্ধানত কাজল:

সেই দায়িত্বৰ বোজা এতিয়া বহু লঘু হৈ পৰিছে। সেয়ে তেওঁ কামলৈ ঘূৰি আহিব বিচাৰে। যদিও তেওঁ কম বয়সীয়াসকলৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হʼবলৈ অলপ নাৰ্ভাছ, তথাপি নিজকে পুনৰ উদ্ভাৱন কৰাত অতি আত্মবিশ্বাসী বুলিও তেওঁ কয়। শেষত অৱশ্যে কাহিনীৰ আঁৰৰ কাহিনীটো প্ৰকাশ পায়। এয়া আচলতে তেওঁৰ নতুন ছবি ‘দ্য ট্ৰায়েল- পেয়াৰ, কানুন, ধোখা’ৰ প্ৰচাৰহে (The Trial – Pyaar, Kanoon, Dhokha’s Publicity)!

চুহানাই ক্ৰয় কৰিলে মাটি

srk | ASSAM TIMES POST

ইতিমধ্যে নতুন ছবি ‘আৰ্চিছ’-এ তেওঁক শিৰোনামলৈ আনিছে। তাৰ মাজতে আন এক নতুন খবৰ। মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ আলিবাগৰ থাল ভিলেজ এলেকাৰ কৃষিভূমি ক্ৰয় কৰিছে চুহানা খানে (Suhana Khan)। শ্বাহৰুখ খানৰ কন্যাই ১২ কোটি ৯১ লাখ টকাত ক্ৰয় কৰে মাটিখিনি। লগতে মাটিত ২ হাজাৰ ২১৮ বৰ্গফুটৰ এটা ঘৰ। জানিব পৰা মতে, ভূমি পঞ্জীয়নৰ বাবে চুহানাই ৭৭ লাখ ৪৬ হাজাৰ টকা খৰচ কৰিছে। যাৰ বাবে অনুৰাগীৰ মাজত কৌতুহল তুঙ্গত। মাটিখিনিৰে চুহানাই কি কৰিব, কেনেকৈ ব্যৱহাৰ কৰিব সেই সম্পৰ্কে ইতিমধ্যে বিস্তৃত চৰ্চা আৰম্ভ হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KajolTheTrialPyaarKanoonDhokhaকাজলদ্যট্ৰায়েলপেয়াৰকানুনধোখা
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
51
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
76
ADVERTISEMENT
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d