ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৃতি সেনন হ’ব সঞ্জয় দত্তৰ ৩০৯ নম্বৰীয়া গাৰ্লফ্ৰেণ্ডঃ

Staff Reporter by Staff Reporter
December 5, 2019
Reading Time: 1 min read
A A
0
কৃতি সেনন হ’ব সঞ্জয় দত্তৰ ৩০৯ নম্বৰীয়া গাৰ্লফ্ৰেণ্ডঃ

অহা ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া বলীউড ছবি “পানীপত” ত সঞ্জয় দত্তই “অহমদ শাহ অব্দালী” ৰ চৰিত্ৰ ৰূপায়ন কৰিব। অভিনেতা গৰাকীৰ এই চৰিত্ৰটোৱে বৰ্তমান উৎসাহিতও কৰিছে বহু দৰ্শকক। এনে ক্ষেত্ৰতে, অভিনেতা সঞ্জয় দত্তই ছবিখনৰ প্ৰমোচন উদ্দেশ্যে এটা কমেডী শ্ব’ ত উপস্থিত হৈ বিভিন্ন কথা ব্যক্ত কৰে।

RELATED POSTS

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

panipat trailer preview ece7cd7e 1664 11ea 8601 f2d8bfbcf79c | ASSAM TIMES POST

উক্ত শ্ব’টোত অভিনেতা গৰাকীক নিজৰ “গাৰ্লফ্ৰেণ্ডচ” বোৰৰ বিষয়ে সোধা হৈছিল; যিটো বিষয়ক লৈ তথা সঞ্জয় দত্তৰ ওপৰত আগতেই বলীউডত এখন বায়’পিক নিৰ্মিত কৰা হৈছে। “গাৰ্লফ্ৰেণ্ড” ৰ কথা উলিওৱাত সঞ্জয় দত্তই কয় যে, “গাৰ্লফেণ্ডৰ এই লিষ্টখন আৰু দীঘলীয়া কৰিব লাগিব যিহেতু মোৰ জীৱনটো দীঘলীয়া”।

sk | ASSAM TIMES POST

ইয়াৰ লগতে, অভিনেতা গৰাকীয়ে নিজৰ ৩০৯ নং গাৰ্লফ্ৰেণ্ডজনী কৃতি সেননক বনাব বিচাৰে বুলিও মত পোষণ কৰে। “পানীপত” ছবিখনত সহঃ অভিনেত্ৰী হিচাপে থকা কৃতি সেননৰ অভিনয়ৰ দ্বাৰ প্ৰভাৱিত হৈ অভিনেতা গৰাকীয়ে এই কথা কয়।

excited share work space sanjay dutt kriti sanon 0001 | ASSAM TIMES POST

এতিয়া, উক্ত কথাটো ওপৰত দৰ্শক তথা কৃতি সেননে কি মন্তব্য কৰিব সেয়া হ’ব লক্ষণীয়।

SOURCE: https://rupaliparda.com/archives/8542

Tags: bollywood cinemabollywood filmbollywood movieSanjay Dutta
Share4Tweet3Send

Related Posts

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

by Staff Reporter
June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

by News Desk
June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

by News Desk
June 18, 2026
50
Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা

Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram controversy : টেলিগ্ৰামেই হৈছে নতুন ‘ডাৰ্ক ৱেব’, নিষেধাজ্ঞাৰ সপক্ষে কেন্দ্ৰৰ যুক্তি

by News Desk
June 18, 2026
50
ADVERTISEMENT
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

June 18, 2026
50
Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা
National-International

Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT