ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

কাষ চাপি অহাৰ লগে লগে ভিকিক ঠেলি দিলে ছলমানৰ নিৰাপত্তাৰক্ষীয়ে ! কেটৰ স্বামীৰ ওপৰত কিহৰ খং?

নিউজ ডেস্কঃ

News Desk by News Desk
May 26, 2023
Reading Time: 1 min read
A A
0
কাষ চাপি অহাৰ লগে লগে ভিকিক ঠেলি দিলে ছলমানৰ নিৰাপত্তাৰক্ষীয়ে ! কেটৰ স্বামীৰ ওপৰত কিহৰ খং?

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

মায়ানগৰীত সম্পৰ্ক সমীকৰণ কেতিয়া সলনি হয় তাৰ উমান পোৱাটো টান। বলীউডৰ এটা অন্যতম এৱাৰ্ড শ্ব’ত অংশগ্ৰহণ কৰিবলৈ ডুবাইত উপস্থিত হয় তাৰকাকেইগৰাকী। এইবাৰ দুই তাৰকাৰ মাজত এক অদ্ভুত আচৰণ দেখা গʼল। তেওঁলোক হৈছে ছলমান খান আৰু ভিকি কৌশল (Salman Khan and Vicky Kaushal)। দুয়োৰে মাজৰ যোগসূত্ৰ হৈছে কেটৰিনা কাইফ (Link To Katrina Kaif)। এজন তেওঁৰ অতীত, আনজন অভিনেত্ৰীগৰাকীৰ বৰ্তমান। অভিনেত্ৰীগৰাকীৰ অতীত-বৰ্তমান যেতিয়া মুখামুখী হʼল, তেতিয়াই পৰিস্থিতি হিন্দী ছবিৰ চিত্ৰনাট্যৰ দৰে নাটকীয় হৈ পৰিল।

int1 | ASSAM TIMES POST

এইবাৰ অভিষেক বচ্চন আৰু ভিকি কৌশলক শ্ব’টোৰ আয়োজকৰ চৰিত্ৰত দেখা যাব। বৃহস্পতিবাৰে আছিল এই কাৰ্যসূচীৰ সংবাদমেল। তাতেই এই অঘটন সংঘটিত হয়। ভিডিঅʼটোত দেখা গৈছে যে ছলমান নিৰাপত্তাৰক্ষীৰ নিৰাপত্তাৰ বেষ্টনীৰ মাজত ইভেণ্ট হলৰ কাষ চাপিছে। ছলমানক দেখি ভিকিয়ে শুভেচ্ছা বিনিময় কৰিবলৈ ভাইজানৰ কাষ চাপিল। সেই সময়তে ছলমানৰ নিৰাপত্তাৰক্ষীয়ে (Salman’s security guard) কেটৰিনাৰ স্বামীক ঠেলি দিলে। গোটেই ঘটনাটোত ছলমানে প্ৰতিবাদ নকৰিলে। বৰঞ্চ ভিকিক দেখা নোপোৱাৰ ভাও ধৰি তেওঁক এৰাই চলি ভিতৰলৈ সোমাই গʼল। সেই মুহূৰ্ততে সমগ্ৰ ঘটনা কেমেৰাত ধৰা পৰে। ছচিয়েল মিডিয়াত নিমিষতে বিয়পি পৰে এই ভিডিঅ’।

অভিনেতাজনৰ এনে ব্যৱহাৰত স্তম্ভিত হৈ পৰিছে নেটিজেনসকল। কোনোবাই লিখিছে, “তাৰপিছতো ছলমানে ভিকিৰ লগত কথা নাপাতিলে!” কোনোবাই আকৌ কʼলে, “এই মানুহজনৰ কিহৰ ইমান অহংকাৰ?” যদিও এই বিষয়ত ছলমান বা ভিকীয়ে কোনো মন্তব্য কৰা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Katrina KaifSalman KhanVicky Kaushalকেটছলমানভিকি
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
51
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
76
ADVERTISEMENT
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d