ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Union Ministry of Health I চিকিৎসকৰ পৰা ডেৰ লাখ টকা উৎকোচ! চিবিআইৰ জালত স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়া

নিউজ ডেস্কঃ

News Desk by News Desk
May 6, 2023
Reading Time: 1 min read
A A
0
Union Ministry of Health I চিকিৎসকৰ পৰা ডেৰ লাখ টকা উৎকোচ! চিবিআইৰ জালত স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়া

RELATED POSTS

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ (Union Ministry of Health) অধীনস্থ সচিব পৰ্যায়ৰ এজন বিষয়াক (Secretary-level officer) উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ (Arrested CBI on charges of bribery) কৰে চিবিআয়ে।কেন্দ্ৰীয় তদন্ত সংস্থাৰ তথ্য অনুসৰি, আমেৰিকাত বাস কৰা এজন ভাৰতীয় চিকিৎসকৰ অভিযোগৰ ভিত্তিত সোনু কুমাৰ নামৰ স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছে।

 উৎকোচ
চিকিৎসকৰ পৰা ডেৰ লাখ টকা উৎকোচ:

চিবিআইৰ অভিযোগ যে ধৃত বিষয়াজনে চিকিৎসকজনৰ পৰা ডেৰ লাখ টকাৰ উৎকোচ লৈছে।চিবিআইৰ সূত্ৰ অনুসৰি, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শেহতীয়াকৈ এক নিৰ্দেশ জাৰি কৰিছে যে ভাৰতীয় চিকিৎসকে উচ্চ শিক্ষাৰ বাবে বহিঃৰাষ্ট্ৰলৈ যাব বিচাৰিলে চৰকাৰী অনুমোদনৰ প্ৰয়োজন হʼব।

সেই ক্লিয়াৰেন্স পোৱাৰ প্ৰতিশ্ৰুতি দি সোনুৱে ১.৫ লাখ টকা লৈছিল। চিবিআইৰ অভিযোগ যে ইয়াৰ পিছত তেওঁ বন্ধুৰ ই-মেইলৰ জৰিয়তে চিকিৎসকলৈ প্ৰাসংগিক নথি-পত্ৰ প্ৰেৰণ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CBIHealth Ministry officialsSonu Kumarচিবিআইসোনু কুমাৰস্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়া
Share4Tweet3Send

Related Posts

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

by News Desk
August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

ADVERTISEMENT
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d