ৰাষ্ট্ৰপতি নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীক সমৰ্থন কৰি মমতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ মায়াৱতীৰ
এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰিছে সমাজবাদী পাৰ্টীৰ মুৰব্বী মায়াৱতীয়ে।ৰাষ্ট্ৰপতি নিৰ্বাচনত বিএছপিৰ ভোট লাভ কৰিছে দ্ৰৌপদীয়ে। এনডিএৰ প্ৰাৰ্থীগৰাকীক...
















