মেগী, পেঞ্চিলৰ দাম বাঢ়িছে, বিচাৰিলে মাৰ মাৰ খাব লাগে! এটি পাঁচ বছৰীয়া শিশুৱে প্ৰধানমন্ত্ৰীক শুনালে নিজৰ ‘মন কি বাত’
নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম দৈনিক বৃদ্ধি পাইছে। মেগীৰ পৰা পেঞ্চিললৈকে একোৱেই বাদ পৰা নাই। সেইবাবেই মায়ে পেঞ্চিল বিচাৰিলে নিদিয়ে, ওলোটাকে ...







