Sheikh Hasina Resigned : বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ, দেশ এৰি পলায়নৰ বাতৰি শ্বেখ হাছিনাৰ
বাংলাদেশ (Bangladesh)ৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা (Prime Minister Sheikh Hasina)ই পদত্যাগ (resigned) কৰিছে। খবৰ অনুসৰি, তেওঁ ভগ্নী ৰেহানাৰ সৈতে ঢাকাৰ বাসগৃহ ...







