Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হ’বলৈ ওলাইছে। আগন্তুক দিনত দেশৰ পৰম্পৰাগত স্নাতকোত্তৰ (পিজি) ডিপ্লমা মেডিকেল পাঠ্যক্ৰম (Medical education) সম্পূর্ণৰূপে ...







