ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi I ‘মোডী’ উপাধি মানহানি গোচৰত আজি ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গুজৰাট উচ্চ ন্যায়ালয়ত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 29, 2023
Reading Time: 1 min read
A A
0
ক’ৰোনাৰ সংকটৰ মাজতো জনপ্ৰিয়তা অটুট নৰেন্দ্ৰ মোডীৰ : দ্বিতীয় স্থানত ৰাহুল

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

মোডী উপাধিৰ অৱমাননাৰ গোচৰত চুৰাট সত্ৰ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীৰ (Rahul Gandhi) আবেদনৰ শুনানি আৰম্ভ হৈছে গুজৰাট উচ্চ ন্যায়ালয়ত (Gujrat High Court)। শনিবাৰে পুৱা ন্যায়াধীশ হেমন্ত প্ৰচ্চাৰ বিচাৰপীঠত শুনানি আৰম্ভ হৈছে।

RELATED POSTS

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

Rahul Gandhi
ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গুজৰাট উচ্চ ন্যায়ালয়ত:

যোৱা মঙলবাৰে ৰাহুলৰ অধিবক্তাই ন্যায়াধীশ গীতা গোপীৰ বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছিল এই আবেদন। কিন্তু বুধবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গোপীয়ে গোচৰৰ শুনানিৰ পৰা নিজকে আঁতৰাই নিয়ে। ৰাহুলৰ অধিবক্তা পি এছ চম্পানেৰীয়ে আবেদনৰ ক্ষিপ্ৰ শুনানিৰ বাবে কাতৰ অনুৰোধ জনোৱাৰ সময়তে ন্যায়াধীশ গোপীয়ে কয়, “মোৰ দ্বাৰা সেয়া নহয়।”rahul and modi collage 1 | ASSAM TIMES POSTইয়াৰ পিছত এই গোচৰটো ন্যায়াধীশ হেমন্তৰ বিচাৰপীঠলৈ যায়। যোৱা ২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতৰ ন্যায়াধীশ এইচ এইচ বাৰ্মাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত ‘মোডী’ (Modi) উপাধিক লৈ আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহে। কিন্তু ন্যায়াধীশগৰাকীয়ে ‘ফৌজদাৰী মানহানি’ গোচৰত ৰাহুলৰ জামিন আবেদনৰ অনুমতি দি উচ্চ ন্যায়ালয়ত ৰাহুলৰ বিৰুদ্ধে আপীল কৰিবলৈ ৩০ দিনৰ সময় দিয়ে।

উল্লেখযোগ্য যে ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতৰ সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮(৩) অনুচ্ছেদ অনুসৰি, চুৰাট দণ্ডাধীশ আদালতৰ ৰায়ৰ ভিত্তিত ৰাহুলক সাংসদ হিচাপে বৰ্খাস্ত কৰে।ইয়াৰ পিছতে ৰাহুলে ৩ এপ্ৰিলত চুৰাটৰ সত্ৰ আদালতত দোষী সাব্যস্ত হোৱা আৰু শাস্তি স্থগিত ৰখাৰ বাবে দাখিল কৰে।

কিন্তু বৃহস্পতিবাৰে (২০ এপ্ৰিল) অতিৰিক্ত সত্ৰৰ ন্যায়াধীশ আৰ পি মোগেৰাই এই আবেদন খাৰিজ কৰি শাস্তিৰ ৰায় বাহাল ৰাখে। ফলত সাংসদ পদ পুনৰ লাভ কৰাৰ সম্ভাৱনা হেৰুওৱাৰ লগতে ৰাহুলৰ জে’লযাত্ৰাৰ সম্ভাৱনাও আৰম্ভ হৈছে। এনে পৰিস্থিতিত কংগ্ৰেছৰ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত নজৰ ৰাখিছে।

Tags: Rahul gandhi
Share4Tweet3Send

Related Posts

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

by News Desk
June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

by News Desk
June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

by News Desk
June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

by News Desk
June 13, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

by Staff Reporter
June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx