ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Cabinet Meeting I অসম চৰকাৰৰ প্ৰায় ৫২ হাজাৰ পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ৬ মে’ত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 3, 2023
Reading Time: 1 min read
A A
0
Cabinet Meeting I অসম চৰকাৰৰ প্ৰায় ৫২ হাজাৰ পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ৬ মে’ত

RELATED POSTS

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

অসম চৰকাৰে বিভিন্ন বিভাগৰ বাবে অনুষ্ঠিত কৰা মুঠ ৫১,৩৯৭টা পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা ৬ মে’ত ঘোষণা কৰা হ’ব। দেওবাৰে ওদালগুৰিত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত (Assam Cabinet) এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Cabinet Meeting
প্ৰায় ৫২ হাজাৰ পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ৬ মে’ত:

উক্ত প্ৰায় ৫২ হাজাৰ পদৰ ভিতৰত আছে ৫,৭৩০ টা আৰক্ষী বিভাগৰ, ৫,৭৯৯ টা স্বাস্থ্য বিভাগৰ, ১২,২৪১ টা শিক্ষা বিভাগৰ, ১১,৩৪৬ টা তৃতীয় বৰ্গৰ আৰু ১৪,২৮১ টা চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষা।

আনহাতে, ওদালগুৰি কেবিনেটত গৃহীত আন কেতবোৰ সিদ্ধান্ত হৈছে :
  • চাহ জনগোষ্ঠী উন্নয়ন বিভাগক চাহ জনগোষ্ঠী আৰু আদিবাসী উন্নয়ন বিভাগ হিচাপে নামকৰণ
  • চাহ জনগোষ্ঠী উন্নয়ন মন্ত্ৰালয়ক চাহ জনগোষ্ঠী আৰু আদিবাসী উন্নয়ন মন্ত্ৰালয় হিচাপে নামকৰণ
  •  অসম জনসেৱা অধিকাৰ (সংশোধনী) অধ্যাদেশ, ২০২৩ ৰ (Assam Right to Public Service (Amendment) Ordinance, 2023) অনুমোদন।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: প্ৰায় ৫২ হাজাৰ পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ৬ মে'ত
Share4Tweet3Send

Related Posts

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
53
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
51
ADVERTISEMENT
US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ
National-International

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

August 26, 2026
50
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
55
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

August 26, 2026
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত ২ জন নিহত ৪ জন আহত

August 26, 2026
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d