ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Liquor seized I ডিলাই-বৰপথাৰ আৰক্ষীৰ অভিযান : ৮৭০ কাৰ্টন অবৈধ সুৰা জব্দ, দুই সৰবৰাহকাৰী আটক

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
March 31, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

অসম-নাগালেণ্ড সীমান্তৰে অব্যাহত থকা নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ সুৰা নিষিদ্ধ চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ বৃদ্ধি পাইছে অৰুণাচলী সুৰাৰ অবৈধ সৰবৰাহ। আৰক্ষীৰ চকুত ধূলি দিয়াৰ বাবে অপৰাধী চক্ৰই নিত্য নতুন কৌশল অৱলম্বন কৰি অহাৰ সময়তে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ ডিলাই (Dillai) আৰু বৰপথাৰত আৰক্ষী (Borpothar Police station)য়ে আলু আৰু চেনি পৰিবাহী দুখন ট্ৰাকত তালাচী (Truck searched) চলাই কেইবাশ কাৰ্টন অৰুণাচলী (Hundreds of cartons Arunachali) আৰু কেৱল অসমত বিক্ৰীৰ (Sales in Assam) অনুমতি থকা সুৰা জব্দ (Liquor seized) কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীৰ অভিযান
ডিলাই-বৰপথাৰ আৰক্ষীৰ অভিযান :

প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত যোৱা নিশা ডিলাই থানা (Dillai Police Station)ৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ বৰাৰ নেতৃত্বত তথা উপ-পৰিদৰ্শক দীপক লাহনৰ সহযোগত আৰক্ষীৰ এটা দলে ডিলাই তিনিআলিত তালাচী অভিযান চলায়।

উক্ত অভিযানত আৰক্ষীয়ে নিশা প্ৰায় ৮.৫০ বজাত এন এল-০১-কে-৪৫১৫ নম্বৰৰ ট্ৰাক খনত তালাচী চলাই আলুৰ বস্তাৰ তলত লুকুৱাই অনা অৱস্থাত ৫০০ কাৰ্টন কেৱল অসমত বিক্ৰীৰ অনুমতি থকা সুৰা জব্দ কৰিবলৈ সক্ষম হয়। দুশ বস্তা আলুৰ তলত লুকুৱাই সুৰা খিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল।

winep1 1 | ASSAM TIMES POST

জব্দ হোৱা অৰুণাচলী সুৰাখিনিৰ বজাৰ মূল্য কমেও প্ৰায় পোন্ধৰ লাখ টকা। আৰক্ষীয়ে আলুসহ ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাক খনৰ চালক বৰপেটা জিলাৰ সৰ্থেবাৰী বগচাৰা গাঁৱৰ আগুৰ আলি (২০)ক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।

আনহাতে, আজি পুৱা প্ৰায় ৮.৩০ বজাত এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খকৰাজান (Khakarajan)ত তালাচী চলাই এন এল-০১- এ ই-০৭৮৭ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই চেনীৰ বস্তাৰ তলত লুকুৱাই অনা অৱস্থাত ৩৭০ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে লগতে কেইবাশ চেনীৰ বস্তাৰ লগতে ট্ৰাখনো জব্দ কৰিছে। জব্দ হোৱা সুৰা খিনিৰ বজাৰমূল্য কমেও প্ৰায় দহ লাখ টকা। আৰক্ষীয়ে এই সন্দৰ্ভত ট্ৰাক খনৰ চালক মনোজ কুমাৰ যাদৱক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।

Tags: Illicit liquorLiquor seizedঅবৈধ সুৰাসুৰা জব্দ
Share4Tweet3Send

Related Posts

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

Iran US war I অস্ত্ৰৰ নাটনি, যুদ্ধবিৰতিৰ বাহিৰে গত্যন্তৰ নাই ইৰাণৰ: দাবী ট্ৰাম্পৰ

June 6, 2026
50
‎বিশ্বৰ দীৰ্ঘতম ননষ্টপ যাত্ৰীবাহী বিমান I আকাশীপথত ইতিহাস গঢ়িবলৈ চেষ্টা এক বিমান কোম্পানীৰ
National-International

‎বিশ্বৰ দীৰ্ঘতম ননষ্টপ যাত্ৰীবাহী বিমান I আকাশীপথত ইতিহাস গঢ়িবলৈ চেষ্টা এক বিমান কোম্পানীৰ

June 6, 2026
50
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!

Iran US war I অস্ত্ৰৰ নাটনি, যুদ্ধবিৰতিৰ বাহিৰে গত্যন্তৰ নাই ইৰাণৰ: দাবী ট্ৰাম্পৰ

June 6, 2026
‎বিশ্বৰ দীৰ্ঘতম ননষ্টপ যাত্ৰীবাহী বিমান I আকাশীপথত ইতিহাস গঢ়িবলৈ চেষ্টা এক বিমান কোম্পানীৰ

‎বিশ্বৰ দীৰ্ঘতম ননষ্টপ যাত্ৰীবাহী বিমান I আকাশীপথত ইতিহাস গঢ়িবলৈ চেষ্টা এক বিমান কোম্পানীৰ

June 6, 2026
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx