ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong Autonomous Council I স্বায়ত্বশাসিত ৰাজ্যৰ দাবী তুলিৰাম ৰংহাঙৰ নেতৃত্বত সঁজাতী প্ৰধান মন্ত্ৰীক সাক্ষাৎ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
March 29, 2023
Reading Time: 1 min read
A A
0
Karbi Anglong Autonomous Council I স্বায়ত্বশাসিত ৰাজ্যৰ দাবী তুলিৰাম ৰংহাঙৰ নেতৃত্বত সঁজাতী প্ৰধান মন্ত্ৰীক সাক্ষাৎ

RELATED POSTS

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST
আজি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য (CEM) ডঃ তুলিৰাম ৰংহাঙৰ (Tuliram Ronghang) নেতৃত্বত যোৱা পৰিষদৰ সঁজাতী দল এটাই নতুন দিল্লী (Delhi)ত সাংসদৰ অধিৱেশন চলি থকা সময়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)ক সাক্ষাৎ  কৰি ডিমা হাচাও জিলাৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী ২৪৪ (ক) অনুচ্ছেদৰ অধীনত এখন স্বায়ত্তশাসিত ৰাইজৰ দাবী (demand of the autonomous) বিষয়টো ক্ষীপ্ৰ ৰূপায়ণৰ দাবীত এখন স্মাৰক-পত্ৰ প্ৰদান (Submitting memorandums) কৰে।

 প্ৰধান মন্ত্ৰীক সাক্ষাৎ
তুলিৰাম ৰংহাঙৰ নেতৃত্বত সঁজাতী প্ৰধান মন্ত্ৰীক সাক্ষাৎ:

ইয়াৰ উপৰি আলোচনা কালত বড়ো চুক্তিৰ অষ্টম দফাত উল্লেখিত কাৰ্বি আংলঙত বসবাস কৰা বঢড়ো জনগোষ্ঠীক পাৰ্বত্য অনুসূচীত জনজাতি মৰ্যদা প্ৰদান সন্দৰ্ভত তীব্ৰ বিৰোধিতা কৰা হয়। উল্লেখযোগ্য যে যোৱা ২৩ মাৰ্চত স্বায়ত্বশাসিত ৰাজ্য দাবী সংগঠন কাঞ্চাচডিকমৰ নেতৃত্বত যোৱা তিনি শতাধিক কৰ্মী সমৰ্থকে নতুন দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি দেশৰ ৰাজধানী উত্তাল কৰি তুলিছিল।

338945915 972771474103478 6005136909231329512 n | ASSAM TIMES POSTইয়াৰ উপৰি পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশন, ২০তো যোৱা স্বায়ত্বশাসিত ৰাজ্য গঠনৰ সমৰ্থনত হাওৰাঘাটৰ বিধায়ক দয়ছিং ৰংহাঙেও ভাষণ প্ৰদান কৰে। আজিৰ স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ উপৰি উপস্থিত থাকে ক্ৰমে সাংসদ হৰেণছিং বে’কে আদি কৰি বহু কেইবাগৰাকী কাৰ্যবাহী সদস্য, এমএচি তথা বিজেপি দলৰ নেতা।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MeetingPrime MinisterTULIRAM RONGHANGতুলিৰাম ৰংহাঙপ্ৰধান মন্ত্ৰীসাক্ষাৎ
Share7Tweet5Send

Related Posts

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

by ASSAM TIMES POST
August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
50
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
70
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
57
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d