ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Arunachal Pradesh I অৰুণাচলত অনুশীলনৰ সময়ত প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ, দুই পাইলট সন্ধানহীন

নিউজ ডেস্কঃ

News Desk by News Desk
March 16, 2023
Reading Time: 1 min read
A A
0
Arunachal Pradesh I অৰুণাচলত অনুশীলনৰ সময়ত প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ, দুই পাইলট সন্ধানহীন

RELATED POSTS

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

অনুশীলনৰ সময়ত অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) মণ্ডলাত (Mandala) দুৰ্ঘটনাগ্ৰস্ত (Crashed) হয় ভাৰতীয় সেনা (Indian Army)ৰ চিতা হেলিকপ্টা (Cheetah Helicopter)ৰ। এই ঘটনাত নিৰুদ্দেশ হৈছে লেফটেনেণ্ট কৰ্ণেল আৰু মেজৰ ৰেংকৰ দুজন পাইলট।

সেনাৰ সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে পুৱা প্ৰায় ৯.৩০ বজাত হঠাৎ হেলিকপ্টাৰখনে এয়াৰ ট্ৰেফিক কণ্ট্ৰোলৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। সেনাবাহিনীৰ এক সূত্ৰই দাবী কৰা মতে, বমডিলাৰ পশ্চিমে থকা মণ্ডলা পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন।

সেনাৰ হেলিকপ্টাৰ
অৰুণাচলত অনুশীলনৰ সময়ত প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ:

সেনাৰ জনসংযোগ বিষয়া লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে কয়, “বমডিলাত হেলিকপ্টাৰখনক প্ৰশিক্ষণ দিয়া হৈছিল। পুৱা প্ৰায় ৯.৩০ বজাত এ টি চিৰ সৈতে যোগাযোগ হেৰাই যায়। প্ৰথমে হেলিকপ্টাৰখন মণ্ডলাত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছিল। হেলিকপ্টাৰখনৰ সন্ধানত উদ্ধাৰকাৰী দল এটা সেই অঞ্চললৈ প্ৰেৰণ কৰা হৈছে।”

অৰুণাচল প্ৰদেশ আৰক্ষীয়ে জনোৱা মতে, চেংগে গাঁৱৰ সমীপৰ মিছামাৰীত হেলিকপ্টাৰখনে উৰণৰ পিছত এ টি চিৰ সৈতে যোগাযোগ হেৰুৱাইছে। দিনৰ প্ৰায় ১২.৩০ বজাত বংজালেপ গাঁৱৰ বাসিন্দাসকলে জিৰাং আৰক্ষী থানাত এখন হেলিকপ্টাৰ ভাঙি পৰি থকা দেখা বুলি খবৰ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ArunachalCrash helicopterঅৰুণাচলদুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ
Share4Tweet3Send

Related Posts

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

by News Desk
August 25, 2026
50
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

by News Desk
August 24, 2026
51
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

by News Desk
August 24, 2026
52
Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets
NORTHEAST

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

by ASSAM TIMES POST
August 21, 2026
58
Strict Ban in West Jaintia Hills: Loose Sale of Petrol & Diesel
NORTHEAST

Strict Ban in West Jaintia Hills: Loose Sale of Petrol & Diesel

by ASSAM TIMES POST
August 21, 2026
52
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

by News Desk
August 13, 2026
51
ADVERTISEMENT
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d