ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Landslight I ভূমিস্খলনৰ আটাইতকৈ বেছি প্ৰৱণতা ৰুদ্ৰপ্ৰয়াগত : ইছৰোৰ তথ্যত আন কেইবাখনো স্থান

নিউজ ডেস্কঃ

News Desk by News Desk
March 10, 2023
Reading Time: 1 min read
A A
0
Landslight I ভূমিস্খলনৰ আটাইতকৈ বেছি প্ৰৱণতা ৰুদ্ৰপ্ৰয়াগত : ইছৰোৰ তথ্যত আন কেইবাখনো স্থান

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation) ই দেশৰ একাংশ অঞ্চলত হোৱা ভূমিস্খলনৰ উপগ্ৰহৰ ছবি (Satellite image) প্ৰকাশ কৰিছে। উপগ্ৰহৰ ছবিত ধৰা পৰাৰ দৰে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ আৰু তেহৰী গড়বাল জিলা দেশৰ ভিতৰতে সৰ্বাধিক ভূমিস্খলন প্ৰৱণ অঞ্চল (Landslide prone areas)।

ভূমিস্খলন
ভূমিস্খলনৰ আটাইতকৈ বেছি প্ৰৱণতা ৰুদ্ৰপ্ৰয়াগত:

হায়দৰাবাদৰ নেচনেল ৰিমোট চেন্সিং চেণ্টাৰৰ বিজ্ঞানীৰ এটা দলে দেশৰ ভূমিস্খলন প্ৰৱণ অঞ্চলৰ তদন্ত কৰি আছিল। তেওঁলোকে প্ৰকাশ কৰা তালিকাখনত ১৭ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১৪৭ খন ভূমিস্খলন প্ৰৱণ জিলাৰ উল্লেখ আছে। ইয়াৰে উত্তৰাখণ্ডৰ ১৩ খন জিলাত ভূমিস্খলনৰ অত্যন্ত প্ৰৱণতা আছে।

এন আৰ এছ চিৰ তথ্য অনুসৰি, উত্তৰাখণ্ডৰ বাহিৰেও উল্লেখ কৰা আৰু ১০ খন ভূমিস্খলন প্ৰৱণ জিলাৰ ভিতৰত ৪ খন কেৰালাৰ বানপ্ৰৱণ জিলা, জম্মু-কাশ্মীৰৰ ২ খন, ছিকিমৰ ২ খন জিলা। উত্তৰাখণ্ডৰ ২ খন জিলা ৰুদ্ৰপ্ৰয়াগ আৰু তেহৰি গড়বালৰ উপৰি কেৰালাৰ থ্ৰিছুৰ, পলাক্কাড, কোঝিকোড় আৰু মালাপ্পুৰম, জম্মু-কাশ্মীৰৰ ৰাজৌৰী আৰু পুঞ্চ আৰু ছিকিমৰ দক্ষিণ আৰু পূব জিলাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

land1 | ASSAM TIMES POST

এই তালিকাৰ শীৰ্ষত আছে উত্তৰাখণ্ডৰ এই দুখন জিলা। আৰু হৰিদ্বাৰ আৰু উধম সিং নগৰৰ স্থান ১৪৬ আৰু ১৪৭ নম্বৰত। ইয়াৰ উপৰি চামোলি ১৯ নম্বৰ, উত্তৰকাশী ২১, পুৰী ২৩, ডেৰাডুন ২৯, বাগেশ্বৰ ৫০, চম্পাৱত ৬৫, নৈনিতাল ৬৮, আলমোৰা ৮১ আৰু পিথোৰাগড় ৮৬ নং স্থানত আছে। ১৯৯৮-২০০০ চনলৈকে ১৭খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১৪৭খন জিলাত ৮০ হাজাৰ ভূমিস্খলনৰ ভিত্তিত এন আৰ এছ চিয়ে এই অধ্যয়ন চলাইছে।

২০০০-১৭ চনৰ ভিতৰত মিজোৰামত ভূমিস্খলনৰ বাবে সৰ্বাধিক ‘হটস্পট’ (১২,৩৮৫) আছে বুলি নতুন অধ্যয়নত দাবী কৰা হৈছে। ইয়াৰ পিছতে উত্তৰাখণ্ড (১১,২৯১), জম্মু-কাশ্মীৰ (৭,২৮০), হিমাচল প্ৰদেশ (১,৫৬১) আৰু কেৰালা (৬,০৩৯)। বিজ্ঞানীসকলৰ মতে বিশ্বৰ ৪ খন ভূমিস্খলন প্ৰৱণ দেশৰ ভিতৰত ভাৰত অন্যতম।

Tags: ISROLandslideRudraprayagভূমিস্খলনৰুদ্ৰপ্ৰয়াগ
Share4Tweet3Send

Related Posts

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

by News Desk
June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

by News Desk
June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

by Staff Reporter
June 6, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

by Staff Reporter
June 6, 2026
50
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎
National-International

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

by Staff Reporter
June 6, 2026
50
ADVERTISEMENT
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT