ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Temjen Imna Along Social Media I টেমজেন ইমনা আলঙৰ ট্ৰেণ্ডিং পষ্টঃ ইয়াৰ আঁৰত কোন এই অসমীয়া যুৱক গৰাকী?

বিশেষ প্ৰতিবেদনঃ

Staff Reporter by Staff Reporter
February 24, 2023
Reading Time: 1 min read
A A
0
Temjen Imna Along Social Media I টেমজেন ইমনা আলঙৰ ট্ৰেণ্ডিং পষ্টঃ ইয়াৰ আঁৰত কোন এই অসমীয়া যুৱক গৰাকী?

RELATED POSTS

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

ছ‘চিয়েল মিডিয়াই (Social Media) সঁচাকৈ জনসাধাৰণৰ মন গহ্বৰত এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। সেয়া ইতিবাচকেই হওঁক অথবা নেতিবাচকেই হওঁক, প্ৰভাৱ বিস্তাৰ কৰাৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়া সদায় আগত। মনোৰঞ্জন ক্ষেত্ৰৰ লগতে মন্ত্ৰী-নেতা ইত্যাদি সকলোৱে নিজা ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে নিজৰ কথা জনসাধাৰণৰ মাজত ব্যক্ত কৰিবলৈ সক্ষম হয়। এই ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যক্তিবিশেষৰ ব্যক্তিত্ব ফুটি উঠে । ছ’চিয়েল মিডিয়াত বিগত দিনৰ পৰা নাগালেণ্ডৰ এগৰাকী মন্ত্ৰী প্ৰায়ে ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছে। তেওঁৰ নাম হৈছে টেমজেন ইমনা আলঙ (Temjen Imna Along)।

Temjen Imna Along
ট্ৰেণ্ডিঙত থকা মন্ত্ৰী Temjen Imna Along ৰ আঁৰত আছে কোন অসমীয়া?

তেওঁৰ পষ্ট সমূহৰ বাবে অপেক্ষাৰত হৈ থাকে জনসাধাৰণ। নাগালেণ্ডবাসীৰ (Nagaland) লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসী (Northeast) তেওঁৰ অনুৰাগী হৈ পৰাৰ অন্যতম কাৰণ হৈছে তেওঁৰ ছ’চিয়েল মিডিয়াৰ প্ৰফাইল। ক’ৰবালৈ গ’লে, খালে অথবা যিকোনো বিষয়ত তেওঁ যিসমূহ কেপচনেৰে ফটো আপলোড কৰে, সেইসমূহে হাঁহিৰ খোৰাক যোগায় জনসাধাৰণৰ মাজত।

প্ৰণয় বৰুৱা

কিন্তু আপোনালোকে জানেনে? এই গৰাকী বিশেষ ব্যক্তিৰ ছ’চিয়েল মিডিয়া পৰিচালিত হয় অসমৰ পৰা। অসমীয়া ৩১ বছৰীয়া উদ্যোগী যুৱক প্ৰণয় বৰুৱাৰ (Pronoy Boruah) তত্ত্বাৱধানত পৰিচালিত হয় টেমজেন ইমনা আলঙ ৰ ছ’চিয়েল মিডিয়া প্ৰফাইল।

আমগুৰিৰ (Amguri) নিবাসী এইগৰাকী যুৱকৰ ব্যতিক্ৰমী চিন্তাধাৰা তথা ৰাইজক আকৰ্ষণ কৰিব পৰা মানসিকতাই শেহতীয়াকৈ মন্ত্ৰীগৰাকীক ট্ৰেণ্ডিঙত ৰাখিছে। আমি আপোনালোকৰ ওচৰত মন্ত্ৰীগৰাকীৰ কেইটামান পষ্ট দাঙি ধৰিব খুজিছোঁ-

View this post on Instagram

A post shared by Temjen Imna Along (@alongimna)

View this post on Instagram

A post shared by Temjen Imna Along (@alongimna)

View this post on Instagram

A post shared by Temjen Imna Along (@alongimna)

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: social media
Share10Tweet6Send

Related Posts

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ
NORTHEAST

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

by News Desk
October 20, 2026
51
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

by News Desk
October 17, 2026
51
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

by News Desk
October 12, 2026
51
Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

by News Desk
October 9, 2026
54
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

by News Desk
October 8, 2026
52
Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া
NORTHEAST

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

by News Desk
October 2, 2026
51
ADVERTISEMENT
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
50
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
50
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
50
Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ
Entertrainment

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

October 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d