ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Birth of a Child I সন্তান জন্ম দিয়াৰ ৩ ঘণ্টা পিছতে বহিল পৰীক্ষাত! স্তম্ভিত চিকিৎসক

নিউজ ডেস্কঃ

News Desk by News Desk
February 18, 2023
Reading Time: 1 min read
A A
0
Birth of a Child I সন্তান জন্ম দিয়াৰ ৩ ঘণ্টা পিছতে বহিল পৰীক্ষাত! স্তম্ভিত চিকিৎসক

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

গণিতৰ পৰীক্ষাৰ পিছদিনাই বিজ্ঞানৰ পৰীক্ষা। গৰ্ভাৱস্থাত পৰীক্ষাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছিল। পৰিস্থিতি যিয়েই নহওক কিয়, ২২ বছৰীয়া যুৱতীগৰাকীয়ে হাৰমনা নাছিল। সন্তান জন্ম দিয়াৰ পিছত তেওঁ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হয়।বিহাৰত (Bihar) সংঘটিত হৈছে এই ঘটনা। ২২ বছৰ বয়সত ৰুক্মিণী কুমাৰী (Rukmini Kumari) নামৰ যুৱতীগৰাকীয়ে মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হয়। গণিত পৰীক্ষাৰ পিছদিনা পুত্ৰ সন্তান জন্ম দিলে।

সন্তান জন্ম
সন্তান জন্ম দিয়াৰ ৩ ঘণ্টা পিছতে বহিল পৰীক্ষাত:

সেইদিনা বিজ্ঞানৰ পৰীক্ষা আছিল। শৰীৰক লৈ চিন্তিত হৈ চিকিৎসকে তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিবলৈ অনিচ্ছুক হৈ পৰিছিল। তন্দ্ৰাছন্ন অৱস্থাতেই এম্বুলেন্সত উঠি পৰীক্ষা কক্ষ পালেহি ৰুক্মিণী। প্ৰসৱৰ (Delivery) তিনি ঘণ্টাৰ পিছতে (After three hours) তেওঁ পৰীক্ষা (Examination) দিয়ে।

অল ইণ্ডিয়া প্ৰেছৰ আগত ৰুক্মিণীয়ে কয় যে মাধ্যমিক পৰীক্ষাত (Secondary Examination) উত্তীৰ্ণ হʼবলৈ বহুদিনৰ পৰা প্ৰস্তুতি চলাই আহিছিল। তেওঁৰ প্ৰসৱৰ বিষ আৰম্ভ হৈছিল অঙ্কৰ পৰীক্ষাৰ ঠিক পিছতেই। চিকিৎসালয়লৈ যোৱাৰ সময়ত তেওঁ সিদ্ধান্ত লৈছিল যে সন্তান জন্ম হোৱাৰ পিছত পৰীক্ষা দিব। আনহাতে, চিকিৎসকে কয় যে নতুন মাতৃ হিচাপে পৰীক্ষা দিয়াটো অতি বিৰল। কোৱা বাহুল্য যে ৰুক্মিণীয়ে বহু মাতৃক অনুপ্ৰাণিত কৰিছে।

Tags: Birth of a childRukmini Kumariসন্তান জন্মৰুক্মিণী কুমাৰী
Share4Tweet3Send

Related Posts

Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

by Staff Reporter
June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

by Staff Reporter
June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

by Staff Reporter
June 21, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

by Staff Reporter
June 21, 2026
50
আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

by Staff Reporter
June 21, 2026
50
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

by News Desk
June 20, 2026
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx