ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

মাতৃৰ মৃতদেহ দাহ নকৰাকৈ ঘৰতে ৰাখি থলে মদ্যপায়ী পুত্ৰই, আৰক্ষীৰ তদন্ত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 14, 2022
Reading Time: 1 min read
A A
0
মাতৃৰ মৃতদেহ দাহ নকৰাকৈ ঘৰতে ৰাখি থলে মদ্যপায়ী পুত্ৰই, আৰক্ষীৰ তদন্ত

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

পুত্ৰই ঘৰতে লুকুৱাই ৰাখিলে মাতৃৰ মৃতদেহ। শেষত মৃতদেহটোৰ পৰা নিৰ্গত হোৱা পচি যোৱা গোন্ধ ঘৰৰ বাহিৰত বিয়পিবলৈ ধৰিলে। ফলত ওচৰ-চুবুৰীয়াৰ সন্দেহ হয়। আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি মৃতদেহ আৰু মৃতকৰ ৪৫ বছৰীয়া মদ্যপায়ী পুত্ৰক উদ্ধাৰ কৰে।

উত্তৰ প্ৰদেশৰ গুলৰিহাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, মৃতকৰ বয়স ৮২ বছৰ। তেওঁৰ নাম শান্তি দেৱী। চৰকাৰী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। তেওঁৰ একমাত্ৰ সন্তান পুত্ৰ নিখিল মিশ্ৰ।

নিখিলে পত্নী, সন্তানৰ আৰু মাকৰ সৈতে একেখন ঘৰতে থাকে। কিন্তু ১৫ দিন পূৰ্বে পাৰিবাৰিক অশান্তিৰ বাবে নিখিলৰ পত্নীয়ে শিশুটিৰ সৈতে পিতৃৰ ঘৰলৈ যায়। তাৰ পিছত শান্তি দেৱীৰ মৃত্যু হয়। নিখিলে আৰক্ষীক জনোৱা মতে, ৫ দিন পূৰ্বে মাতৃ অসুস্থ হৈ মৃত্যুমুখত পৰে। কিন্তু অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ধন নথকাৰ বাবে তেওঁ মাকৰ মৃতদেহৰ শেষ ৰীতি-নীতি কৰিব নোৱাৰিলে।

যদিও আৰক্ষীয়ে নিখিলৰ লগত কথা পাতিছিল, তথাপিও তেওঁৰ ভাষ্যৰ গোলমাল ধৰা পৰিছিল। ইয়াৰ উপৰি তেওঁ এজন মদ্যপায়ীও আছিল। গতিকে কʼবলৈ গʼলে এতিয়াও ঘটনাটোৰ বিষয়ে স্পষ্ট হোৱা নাই। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। তদন্ত শেষ হোৱাৰ পিছতহে অধিক ব্যৱস্থা গ্ৰহণ কৰা হʼব বুলিও জানিবলৈ দিয়ে।

কিন্তু প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে নিখিলে আগতে মদ্যপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰিছিল। তেওঁৰ আচৰণত বিৰক্ত হৈ পত্নী আৰু সন্তানে ঘৰ এৰি গুচি যায়। আনহাতে, ওচৰ-চুবুৰীয়াই জনোৱা মতে, ঘৰটোত কেইবাজনো ভাড়াতীয়াই বসবাস কৰিছিল। কেইমাহমান আগতে তেওঁলোকো নিখিলৰ বাবে ঘৰ এৰি গৈছিল।

Tags: মৃতদেহ
Share4Tweet3Send

Related Posts

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

by News Desk
June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

by News Desk
June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

by Staff Reporter
June 6, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

by Staff Reporter
June 6, 2026
50
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎
National-International

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

by Staff Reporter
June 6, 2026
50
ADVERTISEMENT
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT