ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

খটখটীত মহিলাৰ দেহত লুকুৱাই অনা ড্ৰাগছ উদ্ধাৰ : দুই মহিলাসহ এজন পুৰুষ আটক

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
June 29, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

কাৰবি আংলঙ (Karbi Along) অসম-নাগালেণ্ড সীমান্ত (Assam-Nagaland border)ত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লাভ কৰিছে ধাৰাবাহিক সফলতা ৷ আজি পুৱাৰ ভাগত সন্দেহযুক্ত বুজন পৰিমাণৰ হেৰইনসহ দুই মহিলাসহ এটা পুৰুষ খটখটী আৰক্ষী (Khatkhati Police Station)ৰ জাল (Net)ত পৰাৰ বাতৰি পোহৰলৈ আহিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰ ভাগত খটখটী থানাৰ অ’চি ৰাজু দুৱৰা (O.C. Raju Dowara)ৰ নেতৃত্বত খটখটী থানা ষ্টাফ আৰু বোকাজান চিআৰপিএফ ২০ বিএনৰ দলৰ সহযোগত খটখটীত এক নাকা তালাচী বহায় ৷

drugP 1 | ASSAM TIMES POST

উক্ত নাকা তালাচী কালত পুৱা ৯মান বজাত AS-21-C-9306 নম্বৰৰ বাছত তালাচী চলাই এখনত ১০টা চাবোনৰ বাকচত কঢ়িয়াই অনা ১২৯’৩৪ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ সন্দেহযুক্ত হেৰইনখিনি বাছখনত যাত্ৰী হিচাপে অহা হোজাইৰ লামডিঙৰ অফিচাৰ্ছ কলনিৰ কুৰম ৰাওৰ কন্যা ২৬ বছৰীয়া সাৰদা ৰাওৰ দেহাত কৌশলগতভাবে লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৷

drugP1 1 | ASSAM TIMES POST

পিছত ধৃত মহিলাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী আৰক্ষী আৰু ডিমাপুৰ পুৱ থানাৰ আৰক্ষীৰ সহযোগত ডিমাপুৰৰ হোটেল নিউ কেণ্টৰ ৩১১ আৰু ৩১২ নম্বৰ কোঠালীৰ পৰা আন দুজনৰ পৰা ২৮’১৪ গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ হোটেলখনৰ পৰা হোজাইৰ লামডিং থানা এলেকাৰ ছাউথ হিল কলনিৰ কমল মজুমদাৰৰ পুত্ৰ ২৬ বছৰীয়া দুলন মজুমদাৰ আৰু মণিপুৰ সেনাপতি জিলাৰ খামচং কেৰং গাঁৱৰ ৩৭ বছৰীয়া টি ৰবিনাহ লাংনেহক আটক কৰিবলৈ সক্ষম হয় ৷

drugP2 1 2 | ASSAM TIMES POST

আৰক্ষীয়ে আজি তিনিটা সৰবৰাহকাৰীৰ পৰা মুঠ ১৪৭’৪৮ গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত ধৃত দুলন মজুমদাৰৰ পৰা এএছ06 ডি 6199 নম্বৰৰ এখন বাহনো জব্দ কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

Tags: Drugs recoveredড্ৰাগছ উদ্ধাৰ
Share4Tweet3Send

Related Posts

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day
DIPHU

June 6, 2026
50
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT