ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

মহাৰাষ্ট্ৰৰ ৪০ গৰাকী বিসম্বাদী বিধায়কৰ সৈতে লেনাদেনা নাই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
June 22, 2022
Reading Time: 1 min read
A A
0
মহাৰাষ্ট্ৰৰ ৪০ গৰাকী বিসম্বাদী বিধায়কৰ সৈতে লেনাদেনা নাই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

RELATED POSTS

Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

New Logo Very Smal | ASSAM TIMES POST

মহাৰাষ্ট্ৰৰ ৪০ গৰাকী বিসম্বাদী বিধায়ক উদ্ধৱ ঠাকৰে নেতৃত্বাধীন চৰকাৰক বিপদত পেলাই বুধবাৰে গুৱাহাটীত আহি উপস্থিত হয়। তেওঁলোক গুৱাহাটীত উপস্থিত হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, “বানপানীৰ সময়ত অসমলৈ লক্ষ্মী আহিছে, ভাল কথা। আমি হোটেলৰ পৰা কৰ পাম, এই সময়ত আমাক টকা লাগে।”

মহাৰাষ্ট্ৰৰ ৪০ গৰাকী বিসম্বাদী বিধায়ক

উল্লেখ্য যে, উক্ত ৪০ গৰাকী বিধায়ক বৰ্তমান গুৱাহাটীৰ ৰেডিশ্যন ব্লুত বাহৰ পাতি আছে। তেনেস্থলত, অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে, “বানপানীৰ সময়ত পৰ্যটক অসমলৈ নাহে কিন্তু চলিত বৰ্ষ হোটেলৰ পৰা আমি কৰ পাম। সকলো ৰাজ্যৰ লগতে বিদেশৰো যদিহে ৰাজনৈতিক কেন্দ্ৰ গুৱাহাটী হয় তেতিয়া অধিক ভাল পাম। ৰাজ্য চৰকাৰক এই সময়ত টকাৰ প্ৰয়োজন।”

লক্ষ্মী আহিলে আমি কোনোকালেই খেদি নিদিওঁ বুলি প্ৰকাশ কৰি হিমন্তই ৪০ গৰাকী বিধায়কৰ সৈতে তেওঁৰ কোনো লেনা-দেনা নাই বুলি মন্তব্য কৰে। লগতে, পাৰিলে তেওঁ বিধায়ক সকলৰ সৈতে ৫-১০ মিনিট কথা পাতিম বুলি প্ৰকাশ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Rebel mla at Guwahatiবিসম্বাদী বিধায়ক গুৱাহাটীত
Share5Tweet3Send

Related Posts

Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী
National-International

by News Desk
October 27, 2026
50
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

by News Desk
October 26, 2026
51
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

by News Desk
October 26, 2026
52
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

Kiss teenager : কিশোৰীক চুমা খোৱাৰ অপৰাধত পিতৃ আৰু বন্ধুৰ সৈতে উলংগ কৰি খোজকাঢ়িবলৈ বাধ্য কৰালে যুৱকক

Rahul Gandhi : অমিত শ্বাহৰ বিৰুদ্ধে ‘অপমানজনক’ মন্তব্যত ৰাহুল গান্ধীক দোষমুক্ত আদালতৰ

ADVERTISEMENT
Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী
National-International

Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

October 27, 2026
50
Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী
Guwahati

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
52
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
51
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

Supreme Court of India : দল সলনি আৰু জনসাধাৰণৰ ধনেৰে উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰ-নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

October 27, 2026
Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d