ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

‘আজিৰ দিনটো ৰাজ্যৰ ইতিহাসত এক স্মৰণীয় দিন হিচাপে পৰিগণিত হৈ ৰ’ব’, মুখ্যমন্ত্ৰী

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
May 14, 2022
Reading Time: 1 min read
A A
0
‘আজিৰ দিনটো ৰাজ্যৰ ইতিহাসত এক স্মৰণীয় দিন হিচাপে পৰিগণিত হৈ ৰ’ব’, মুখ্যমন্ত্ৰী

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

New Logo Very Smal | ASSAM TIMES POST

আজি ৰাজ্য চৰকাৰৰ অধীনত অনুষ্ঠিত হয় বৃহৎ নিয়োগ অনুষ্ঠান। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই সৰ্ববৃহৎ নিযুক্তি অনুষ্ঠানত ৰাজ্যৰ ১১টা বিভিন্ন বিভাগত প্ৰায় ২৩ হাজাৰ নিবনুৱাক আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজহাতে নিযুক্তি-পত্ৰ বিতৰণ কাৰ্যৰ শুভাৰম্ভ কৰে।

মুখ্যমন্ত্ৰীঅনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, “আজিৰ দিনটো ৰাজ্যৰ ইতিহাসত এক স্মৰণীয় দিন হিচাপে পৰিগণিত হৈ ৰ’ব। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ১১টা বিভাগৰ ২২,৯৫৮টা পদৰ বাবে নিযুক্তি-পত্ৰ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি যথেষ্ট সুখী অনুভৱ কৰিছোঁ৷ আজিৰ গৌৰৱময় মুহূৰ্তত নিযুক্তি-পত্ৰ লাভ কৰা প্ৰতিগৰাকী যুৱক-যুৱতীক ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোলৈ স্বাগতম জনাইছোঁ। “

নিযুক্তি অনুষ্ঠান

তেওঁ লগতে কয়, “এটা স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে গৈ এইসকল যোগ্য লোকে আজি চৰকাৰী প্ৰশাসন ব্যৱস্থাটোত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ সুযোগ লাভ কৰিছে। এই সুযোগৰ সঠিক ব্যৱহাৰেৰে নিজৰ দক্ষতা আৰু যোগ্যতাৰে প্ৰশাসন ব্যৱস্থাটো শক্তিশালী কৰিবলৈ নিজৰ সৰ্বস্ব উজাৰি দিবলৈ মই নিযুক্তিপ্ৰাপ্ত সকলোকে আহ্বান জনালোঁ।”

নিযুক্তি অনুষ্ঠান

নিযুক্তি প্ৰক্ৰিয়া অধিক নিকা আৰু স্বচ্ছ কৰাৰ কথা দোহাৰি মুখ্যমন্ত্ৰীয়ে কয়, “নিষ্ঠা, সততা, দায়বদ্ধতা, সহানুভূতি আৰু সহমৰ্মিতাৰ মনোভাবেৰে জনসাধাৰণৰ সেৱাৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হৈ কাম কৰিব লাগিব৷ আমাৰ চৰকাৰে প্ৰতিটো দিন, প্ৰতিটো পল কৰ্মযজ্ঞত সমৰ্পণ কৰিছে৷

নিযুক্তি-পত্ৰ লাভ কৰা  যুৱক-যুৱতীআজিৰ নিযুক্তিকে ধৰি বৰ্তমানলৈ প্ৰায় ২৮ হাজাৰ লোকৰ নিয়মীয়া নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। শীঘ্ৰেই পুনৰ ৭-৮ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব। জুলাইৰ শেষৰ সপ্তাহত পুনৰ ২৬ হাজাৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CM Himanta bishwa sarmaমুখ্যমন্ত্ৰী
Share5Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d