ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Business

কেলেঙ্কাৰিত জড়িতৰ অভিযোগত এমৱেৰ ৭৫৭ কোটিৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 18, 2022
Reading Time: 1 min read
A A
0
কেলেঙ্কাৰিত জড়িতৰ অভিযোগত এমৱেৰ ৭৫৭ কোটিৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Union Budget 2025: How Entrepreneurs Can Capitalize on New Opportunities

Surprising Turn: Strong Volume Fails to Lift Indian Agrochemical Giants Amid Weak Pricing

Unstoppable Surge: Gold Loan Demand Strong Despite Cash Disbursement Curbs, CRISIL Reports

প্রসাধন আৰু চৰ্ম পৰিচর্যা পণ্যৰ ব্যৱসায়িক গোষ্ঠী ‘এমৱে ইণ্ডিয়া’ৰ  ৭৫৭ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিলে এনফৰ্চমেন্ট ডিৰেক্টৰেটে (ইডি)। সোমবাৰে ইডিয়ে জনাইছে যে বিত্তীয় কেলেংকাৰী বিৰোধী আইনৰ অধীনত উক্ত সম্পত্তি বাজেয়াপ্ত কৰা হৈছে।

amway
Amway Center

এমৱেৰ বিৰুদ্ধে বিপণন কেলেঙ্কাৰীত জড়িত থকাৰ অভিযোগ তোলে ইডিয়ে। কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ, অন্য কোম্পানীবোৰৰ একেই ধৰণৰ পণ্যৰ তুলনাত এমৱেৰ পণ্যৰ মূল্য বহু বেছি।

এমৱে
এমৱে

ইডিয়ে এক বিবৃতিত জনাইছে যে, এমৱে ইণ্ডিয়া এন্টাৰপ্রাইজ প্রাইভেট লিমিটেডৰ তামিলনাডুৰ ডিন্ডিগুল জিলাত ভূমি আৰু কাৰখানা, যন্ত্রপাতি, যান-বাহন, বেঙ্ক একাউন্ট আৰু ফিক্সড ডিপোজিট মিলাই এই ৭৫৭ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। বাজেয়াপ্ত কৰাৰ পিছত উক্ত সম্পত্তি হস্তান্তৰ কৰিব পৰা নাযাব বুলিও ইডিৰ কর্মকর্তাসকলে জনাইছে।

বাজেয়াপ্ত কৰা ৭৫৭ কোটি টকাৰ সম্পত্তিৰ ভিতৰত ৪১১.৮৩ কোটি টকা মূল্যৰ সম্পত্তি আৰু কোম্পানীটোৰ নামত থকা ৩৬টা একাউন্টত ৰখা ৩৪৫.৯৪ কোটি টকা বাজেয়াপ্ত কৰা হৈছে।

Tags: amwayএমৱেৰ ৭৫৭ কোটিৰ সম্পত্তি বাজেয়াপ্ত
Share4Tweet3Send

Related Posts

Budget 2025 I এইবাৰ বাজেটত বিহাৰক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা, মধুবনী কলাৰ শাৰী পৰিধান কৰি বাজেট দাখিল বিত্তমন্ত্ৰীৰ
Business

Union Budget 2025: How Entrepreneurs Can Capitalize on New Opportunities

by Sanjeev Sarma
February 2, 2025
50
Surprising Turn: Strong Volume Fails to Lift Indian Agrochemical Giants Amid Weak Pricing
Business

Surprising Turn: Strong Volume Fails to Lift Indian Agrochemical Giants Amid Weak Pricing

by ASSAM TIMES POST
August 23, 2024
50
Unstoppable Surge: Gold Loan Demand Strong Despite Cash Disbursement Curbs, CRISIL Reports
Business

Unstoppable Surge: Gold Loan Demand Strong Despite Cash Disbursement Curbs, CRISIL Reports

by ASSAM TIMES POST
August 16, 2024
50
Assam Legislative Assembly Inaugurates Empowering Budget Session
Assam

Assam Legislative Assembly Inaugurates Empowering Budget Session

by ASSAM TIMES POST
February 5, 2024
50
লক্ষ লক্ষ Paytm গ্ৰাহকৰ বাবে দুৱাৰ মেলিলে SBI ! RBI-ৰ নিষেধাজ্ঞাৰ পিছত বেংকৰ ডাঙৰ পৰিকল্পনা
Business

লক্ষ লক্ষ Paytm গ্ৰাহকৰ বাবে দুৱাৰ মেলিলে SBI ! RBI-ৰ নিষেধাজ্ঞাৰ পিছত বেংকৰ ডাঙৰ পৰিকল্পনা

by ASSAM TIMES POST
February 4, 2024
50
Tatas to set up EV battery plant worth in UK  I ব্ৰিটেইনৰ গাড়ীৰ বজাৰত টাটাৰ বিনিয়োগ
Business

Tatas to set up EV battery plant worth in UK I ব্ৰিটেইনৰ গাড়ীৰ বজাৰত টাটাৰ বিনিয়োগ

by News Desk
July 20, 2023
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx