ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান বিষয়ৰ বিভিন্ন প্ৰতিযোগিতা সম্পন্ন

ASSAM TIMES POST by ASSAM TIMES POST
January 28, 2022
Reading Time: 1 min read
A A
0
টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান বিষয়ৰ বিভিন্ন প্ৰতিযোগিতা সম্পন্ন

RELATED POSTS

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

logo new 2 1 | ASSAM TIMES POST

নলবাৰীৰ প্ৰতিবেদক:

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ টিহু খণ্ডৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত ২৭ জানুৱাৰিত টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনত টিহু খণ্ডৰ অন্তৰ্গত বিদ্যালয়বোৰৰ শিক্ষাৰ্থীৰ মাজত বিজ্ঞান ভিত্তিক আৰ্হি, আকস্মিক বক্তৃতা আৰু প’ষ্টাৰ অংকন বিষয়ক প্ৰতিযোগিতা সম্পন্ন হয়।

5d16f41a 82fb 4ef7 be2c 244891fa3e4d | ASSAM TIMES POSTএই উপলক্ষে পুৱাৰ ভাগত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পতাকা উত্তোলন কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ টিহু খণ্ডৰ সমন্বয়ক অণিমা কলিতা ডেকাই। গছপুলি ৰোপণ কৰে সমগ্ৰ শিক্ষাৰ বাক্সা জিলাৰ জিলা আঁচনি বিষয়া প্ৰণৱজ্যোতি কলিতাই। প্ৰতিযোগিতা উদ্বোধন কৰে ভাৰতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত মেধিয়ে।

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নলবাৰী জিলাৰ সমন্বয়ক প্ৰদীপ মহন্তই এই প্ৰতিযোগিতাবোৰৰদ্বাৰা শিক্ষাৰ্থীসকলৰ হ’ব পৰা অভিজ্ঞতা, অৰ্হতা, জ্ঞান আৰু পাব পৰা সুবিধা সন্দৰ্ভত বিতং কয়। বিশিষ্ট শিক্ষাব্ৰতী হৰেন্দ্ৰনাথ শৰ্মা আৰু টিহু মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপিকা ডঃ দীপালী দাস ডেকায়ো শিক্ষাৰ্থীসকলৰ উদ্দেশি ভাষণ প্ৰদান কৰে।

ইয়াৰ পাছত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাৰ সঞ্চালনাত হোৱা বঁটা বিতৰণী আৰু অভিনন্দন অনুষ্ঠানত টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ প্ৰতিষ্ঠাপক প্ৰমোদ ডেকা, সাংবাদিক অজিত কুমাৰ শৰ্মা, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ টিহু খণ্ডৰ সমন্বয়ক অণিমা কলিতা ডেকা আৰু ভাস্কৰজ্যোতি কলিতাই প্ৰাসংগিক ভাষণ প্ৰদান কৰে।

এই অনুষ্ঠানত ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নলবাৰী জিলাৰপৰা বাছনি হোৱা টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী জিষ্ণুপ্ৰিয়া কলিতা আৰু সঞ্জনা কাশ্যপক সাদৰ অভিনন্দন জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতাত প্ৰথম টিহুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থীদ্বয় ক্ৰমে দেৱৰ্ষি মেধি আৰু ধৃতিৰাজ চৌধুৰী, দ্বিতীয় টিহু ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীদ্বয় ক্ৰমে হৰ্ষিতা শৰ্মা আৰু প্ৰিয়া দাস, তৃতীয় স্থান লাভ কৰে হাৰিভাঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী জুমন বৰ্মনে।

প’ষ্টাৰ অংকন প্ৰতিযোগিতাত প্ৰথম টিহুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থী বিকিকেশ হালৈ, দ্বিতীয় টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী মৌচম ডেকা আৰু তৃতীয় স্থান লাভ কৰে টিহু ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী মধুস্মিতা ৰয়ে।

আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী ৰাহুল পাঠক, দ্বিতীয় টিহুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থী দেৱৰ্ষি মেধি আকৌ তৃতীয় স্থান টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী ৰক্তিম ৰাজমেধিয়ে লাভ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured2
Share10Tweet7Send

Related Posts

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
ADVERTISEMENT
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
50
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
52
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ
National-International

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026
51
Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets
NORTHEAST

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

August 21, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d