ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

২০২২বর্ষতে ১লাখ নিযুক্তি ঘোষণা মুখ্যমন্ত্ৰীৰ:

ASSAM TIMES POST by ASSAM TIMES POST
January 12, 2022
Reading Time: 1 min read
A A
0
২০২২বর্ষতে ১লাখ নিযুক্তি ঘোষণা মুখ্যমন্ত্ৰীৰ:

RELATED POSTS

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

logo new 2 1 | ASSAM TIMES POST

ষ্টাফ ৰিপ’ৰ্টাৰ:

গুৱাহাটী: মঙলবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন , জনস্বাস্থ্য কাৰিকৰী আৰু সাধাৰণ প্ৰশাসনৰ বিভিন্ন বিভাগৰ নির্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ২১৮গৰাকী সহকাৰী অভিযম্তা, জনস্বাস্থ্য কাৰিকৰী ১৫৫গৰাকী কাৰিকৰী বিষয়া , সাধাৰণ প্ৰশাসনত ১৭৩গৰাকী কনিষ্ঠ প্ৰশাসনীয় সহায়কক নিযুক্তি প্ৰদান কৰে।

নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় -অভিযন্তা নিযুক্তি পৰীক্ষা এতিয়াৰে পৰা ৰাজ্যত এটাই হ’ব।বিভাগে বিভাগে নহয় অভিযন্তা নিযুক্তি পৰীক্ষা।

অসমক আৰু পিছপৰিব দিব নোৱাৰি, তেলেংগানা আৰু অসম একেই।কিন্তু এটাই পাৰ্থক্য আমাৰ ঘৰুৱা উৎপাদন তেলেংগানাতকৈ কম।পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম বিলাক গুৰুত্বপূৰ্ণ। যদি ইয়াক দুৰ্নীতি মুক্ত কৰি কাম কৰিব পাৰিলেহে অসম দৰিদ্ৰত মুক্ত হব- শৰ্মাই কয়।

“অসমত থাকিলে ভাবো লাচিতৰ দেশত সকলো আছে। কিন্তু দিল্লীত গ’লে গম পাও আমাৰ স্থান একেবাৰে শেষত।অসমৰ প্ৰেমৰ সংজ্ঞাবোৰ অদ্ভুত। অসমৰ প্ৰেমৰ সংজ্ঞাত বিশুদ্ধ খোৱাপানী পাব লাগে, বিদ্যুৎ পাব লাগে আদি বিষয়বোৰ সন্নিবিষ্ট নহয়।সচিবালয়খন যেতিয়া বিশুদ্ধ হয় তেতিয়া চৰকাৰখনৰ জনকল্যানমুখী কাম বিলাকে নিজে নিজে গতি লয়।সচিবালয়ৰ ওপৰত মানুহৰ বহুত অভিযোগ থকা বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

আনহাতে, ১৭জানুৱাৰীত কলাক্ষেত্ৰত কৰ্মচাৰী সৈতে মুখ্যমন্ত্ৰীয়ে বৈঠকত বহিব বুলিও জানিব দিয়ে।সচিবালয়ৰ ঘোচখোৰ বিষয়া-কৰ্মচাৰীক উদ্দেশ্য কৰি শৰ্মাই কয়- সচিবালয়ত গ’লে উপাৰ্জন হয় বুলি যিসকলে ভাবিছে সেইয়া ভুল।এই ৫বছৰত দিয়া নহব উপাৰ্জন কৰিবলৈ।যি সকলে উপাৰ্জন কৰিম ভাৱিছে তেওঁলোক দূৰ্ঘটনাগ্ৰস্ত হোৱাটো ৯৯% নিশ্চিত।

আনহাতে, ২০২২ বৰ্ষতে ১লাখ ল’ৰা ছোৱালীক নিযুক্তি দিব বুলিও শৰ্মাই কয়।নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসসহ বহুকেইজন উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured2
Share6Tweet4Send

Related Posts

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
ADVERTISEMENT
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
50
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
52
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ
National-International

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026
51
Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets
NORTHEAST

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

August 21, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d