ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বৰ্গীয় দেবেন গগৈৰ গ্ৰন্থ “কাৰবি লোক কৃষ্টিত মাণিক সন্ধানৰ শুভ উন্মোচন”

ASSAM TIMES POST by ASSAM TIMES POST
September 24, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam’s Haflong College Students Protest Alleged Exam Irregularities

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

ডিফু: কাৰবি পাহাৰত গ্ৰন্থৰ অমিয় সুবাস বিলাই আজি ডিফুত উন্মোচন হ’ল প্ৰয়াত লেখক দেৱেন গগৈৰ “কাৰবি লোককৃষ্টিত মাণিক সন্ধান নামৰ এক অমূল্য গ্ৰন্থ” ৷

মঙলবাৰে সন্ধিয়া ঐতিহ্যময় ডিফু ক্লাৱত এম আৰ এইছ মেম’ৰিয়েল ট্ৰাষ্ট, ডিফু কাৰবি আংলঙৰ উদ্যোগত প্ৰয়াত দেবেন গগৈৰ ” কাৰবি লোককৃষ্টিত মানিক সন্ধান” গ্ৰন্থখনৰ শুভ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙে ৷

বালিমাহী কবি পাৰি ৰংপিৰ পৌৰুহিত্যত উন্মোচনী সভাখনৰ গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত পদ্মশ্ৰী ৰংবং তেৰাঙে প্ৰয়াত দেবেন গগৈয়ে কাৰবি আংলঙৰ দূৰ দূৰণিলৈ গৈ ভাষা সাহিত্যৰ চৰ্চা কৰিছিল বুলি কোৱাৰ লগতে সাহিত্যৰ উৎস সমূহ গগৈয়ে সুধী সমাজৰ বাবে উদ্ভাসিত কৰি থৈ গৈছিল ৷

মুখ্য অতিথিৰ ভাষণত সাংসদ হৰেণছিং বে’ই নিজৰ ভাষণত প্ৰয়াত দেবেন গগৈৰ জীৱন দৰ্শনৰ ওপৰত চমু আলোকপাত কৰাৰ লগতে তেওঁৰ সান্নিধ্যত বহু অভিজ্ঞতা পোৱা বুলিও উল্লেখ কৰে তিনি পাৰ্বত্য জিলাৰ সাংসদ গৰাকীয়ে ৷ নিৰ্দিষ্ট বক্তা হিচাপে গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা হৃদয়ানন্দ শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে প্ৰয়াত লেখক দেবেন গগৈ পাহাৰত মাণিক বুটলি আমাৰ বাবে সংগৃহিত কৰি থৈ গৈছে ৷

পাহাৰতেই মাণিকৰ সন্ধান ওলায় কেৱল বিচাৰিব জানিব লাগে ৷ এম আৰ এইছ এম মেম’ৰিয়েল ট্ৰাষ্টৰ হৈ কুইন হাজৰিকাই সাংবাদিকৰ আগত কয় যে, তেওঁৰ প্ৰয়াত পিতৃ এম আৰ হাজৰিকাৰ স্মৃতিত সাহিত্য, সংস্কৃতিক উদ্ভাসিত কৰিবলৈ সম্পূৰ্ণ নিজা খৰচত মাজে মাজে বিভিন্ন লেখকৰ গ্ৰন্থ আদি প্ৰকাশ আৰু উন্মোচন কৰাই এমআৰএইছ এম মেম’ৰিয়েল ট্ৰাষ্ট কাৰবি আংলঙৰ ক্ষুদ্ৰ প্ৰয়াস ৷

এই প্ৰয়াসৰ জৰিয়তে সুধী সমাজ উপকৃত হলে তেওঁৰ প্ৰচেষ্টা সফল হ’ ব বুলি আশা ব্যক্ত কৰে ৷ আজিৰ সভাত উপস্থিত থাকে ক্ৰমে, পদ্মশ্ৰী ৰংবং তেৰাঙ,কষ হৃদয়ানন্দ শৰ্মা, বিদ্যাছিং ৰংপি, পাৰি ৰংপি, পৱন কুমাৰ, হৰেণছিং বে’, সাবিত্ৰি গগৈ ৷

Tags: Featuredkarbi anglong
Share24Tweet3Send

Related Posts

Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

by Staff Reporter
June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
ADVERTISEMENT
JK accident I অভিযান চলাই থাকোতেই পাহাৰৰ পৰা পিছলি সেনা বিষয়াৰ মৃত্যু
National-International

JK accident I অভিযান চলাই থাকোতেই পাহাৰৰ পৰা পিছলি সেনা বিষয়াৰ মৃত্যু

June 8, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

TN CM Vijay I নিচামুক্ত তামিলনাডু, যুৱক-যুৱতী, মহিলাৰ উন্নয়নৰ অংগীকাৰ মুখ্যমন্ত্ৰী বিজয়ৰ

June 8, 2026
50
Surat eviction I চুৰাটত বুলডজাৰেৰে ভাঙিলে শতাধিক ঘৰ, স্থানীয় প্ৰশাসনে নাজানে কোনে ভাঙিলে
National-International

Surat eviction I চুৰাটত বুলডজাৰেৰে ভাঙিলে শতাধিক ঘৰ, স্থানীয় প্ৰশাসনে নাজানে কোনে ভাঙিলে

June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK accident I অভিযান চলাই থাকোতেই পাহাৰৰ পৰা পিছলি সেনা বিষয়াৰ মৃত্যু

JK accident I অভিযান চলাই থাকোতেই পাহাৰৰ পৰা পিছলি সেনা বিষয়াৰ মৃত্যু

June 8, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

TN CM Vijay I নিচামুক্ত তামিলনাডু, যুৱক-যুৱতী, মহিলাৰ উন্নয়নৰ অংগীকাৰ মুখ্যমন্ত্ৰী বিজয়ৰ

June 8, 2026
Surat eviction I চুৰাটত বুলডজাৰেৰে ভাঙিলে শতাধিক ঘৰ, স্থানীয় প্ৰশাসনে নাজানে কোনে ভাঙিলে

Surat eviction I চুৰাটত বুলডজাৰেৰে ভাঙিলে শতাধিক ঘৰ, স্থানীয় প্ৰশাসনে নাজানে কোনে ভাঙিলে

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx