ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চাকৰিৰ বাবে ঘোচ দিবলৈ অস্বীকাৰ কৰা যুৱকে কৃষিকৰ্মৰে দাঙি ধৰিছে উৎকৃষ্ট নিদৰ্শন :

ASSAM TIMES POST by ASSAM TIMES POST
July 16, 2020
Reading Time: 1 min read
A A
0
চাকৰিৰ বাবে ঘোচ দিবলৈ অস্বীকাৰ কৰা যুৱকে কৃষিকৰ্মৰে দাঙি ধৰিছে উৎকৃষ্ট নিদৰ্শন :

logo new 2 7 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

বিশেষ প্ৰতিবেদন:

১৬ হাজাৰ টকাৰ চাকৰিৰ বাবে ঘোচ দিবলৈ কৰিছিল অস্বীকাৰ, আজি কৃষিৰ জৰিয়তে উপার্জন কৰে লাখ টকা।কর্ণাটকৰ বেলাগবিৰ শিৰুৰ গাঁৱৰ বাসিন্দা সতীশ শিদাগৌদাৰে (৩৮) প্রতি বছৰে তেওঁৰ ডেৰ একৰ মাটিত ৫০ টনৰো বেছি কেৰেলা খেতি কৰে। তেওঁ সেই অঞ্চলত ‘কেৰেলাৰ বিশেষজ্ঞ’ হিচাবে পৰিচিত।

তেওঁ কয়, “২০০৮ চনত ডাবল ডিগ্রি বিএ আৰু বিএড অর্জন কৰাৰ পিছত মই এটি শিক্ষকৰ চাকৰিৰ সন্ধান আৰম্ভ কৰোঁ। অৱশেষত মই চাকৰিৰ সুযোগ পাওঁ। ১৬ হাজাৰ টকা মাহিলি বেতন আছিল কিন্তু মোক ১৬ লাখ টকা ঘোচ দিবলৈ কৈছিল। কিন্তু মই তাক প্রত্যাখ্যান কৰি পিতৃ তথা পৰিয়ালৰ সৈতে পথাৰত নামি পৰো, তেওঁলোকৰ হাতত হাত ধৰি কৃষিকৰ্ম আৰম্ভ কৰো।

IMG 20200607 191908 | ASSAM TIMES POST

সতীশে তেওঁৰ পিতৃৰ কৃষিকৰ্মৰ পুৰণি পদ্ধতিবোৰ গ্রহণ নকৰি পৃথক কিবা কৰাৰ কথা ভাবিছিল। তেওঁ উৎপাদন বৃদ্ধিৰ বাবে আৰু উপার্জনৰ বাবে কৃষি ক্ষেত্রৰ আধুনিক পদ্ধতিসমূহৰ চেষ্টা আৰম্ভ কৰে।সতীশে আৰু কয়, “আমাৰ পিতৃ নাগাপ্পা আৰু তেওঁৰ ভাতৃয়ে বিগত ৫০ বছৰ ধৰি বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰি আহিছে।

কিন্তু তেওঁলোকে কেতিয়াও ইমান বেছি বেশি লাভ কৰা নাই। তেওঁলোকৰ ফলন আৰু গুণমান সদায় নিম্নমানৰ আছিল। কৃষি আৰম্ভ কৰাৰ পিছত, মই ভাল পানী ব্যবস্থাপনাৰ বাবে ড্রিপ জলসিঞ্চনৰ দৰে আধুনিক কৌশল গ্রহণ কৰিছোঁ আৰু গছসমূহত আর্দ্রতা বজায় ৰাখিবলৈ বিছনাত ৰোপণ কৰিছোঁ। মই অন্যান্য কৃষক আৰু কিতাপৰ পৰা কৃষিকৰ্মৰ পদ্ধতি শিকিছোঁ। বজাৰৰ চাহিদা সম্পর্কে তথ্যও সংগ্রহ কৰিছিলো। ”বজাৰত কেৰেলাৰ প্রচুৰ চাহিদা আছিল।

কিন্তু শিৰুৰত মাত্ৰ কেইজনমান কৃষকেহে এই কৃষি কৰিছিল। সাম্প্রতিক বছৰসমূহত লোকসকলে কেৰেলাৰ গুৰুত্ব বুজে। তেওঁলোকে এতিয়া জানে যে কেৰেলাই ক্ষতিকাৰক কোলেষ্টেৰল হ্রাস কৰে আৰু ডাযয়েবেটিছ নিয়ন্ত্রণ কৰে। তেওঁ প্রথমে মাত্র ১০ বিঘা মাটিত কেৰেলা ৰোপণ কৰিছিল।

এফালৰ পৰা চাবলৈ গ’লে এইটো আছিল এটা পৰীক্ষা।তেওঁ অন্যান্য ফচলৰ বাবে একে ধৰণৰ কৃষিক্ষেত্র গ্রহণ কৰিছিল যেনে ড্রিপ জলসিঞ্চন ব্যৱহাৰ আদি।তেওঁৰ মতে “এইটো ভাল কৰিলোঁ যে সেই সময়ত মই চাকৰিৰ বাবে ঘোচ নিদিলোঁ। এই কাৰণেই আজি মই কৃষিত সফল। কৃষিকৰ্ম আৰম্ভ কৰিবলৈ, মই খুব কমেও ১৫ লাখ টকা লগাইছিলো। কিন্তু মই আজি যি অর্জন কৰিছোঁ তাতকৈ বহু বেছি। তেওঁ বিশ্বাস কৰে যে কোনোৱে স্মার্ট কাম আৰু উৎসৰ্গিকৃত মনোভাৱেৰে কাম কৰিলে বিচৰা যিকোনো অর্জন কৰিব পাৰি। “

Tags: featured3
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

9-Year-Old’s Body Found in Suitcase in Delhi :

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx