ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

News Desk by News Desk
June 4, 2026
Reading Time: 1 min read
A A
0
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা

আজি ডিফুত (Diphu) বিজেপি দলৰ এক বিশাল যোগদান (Huge joining in BJP) কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাঙৰ উপস্থিতিত (presence of Tuliram Ronghang) যোগদান কাৰ্যসূচী সম্পন্ন কৰা হয়। ২০২৭ চনৰ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় দল বিজেপিয়ে আয়োজন কৰা যোগদান কাৰ্যসূচীত বিৰোধী দল কংগ্ৰেছ, এ পি এইচ এল চিৰ শতাধিক সমৰ্থকে নিজ নিজ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।

bjp 1 | ASSAM TIMES POST
ডিফুত বিজেপিৰ যোগদান কার্যসূচী

জিলা বিজেপিৰ উদ্যোগত আয়োজিত যোগদান কাৰ্যসূচীত উপস্থিত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি বিজেপি দলত নতুনকৈ যোগদান কৰা সমৰ্থকসকলক বিজেপি দললৈ আদৰণি জনাই বিজেপি দলৰ উন্নয়নমূলক কাম-কাজ দেখি আন দলৰ সমৰ্থকে স্বেচ্ছাই বিজেপি দলত যোগদান কৰা বুলি মত প্ৰকাশ কৰে। যোগদান কাৰ্যসূচীৰ অন্তত মুখ্য কাৰ্যবাহী তথা বিধায়ক ৰংহাঙে সংবাদ মাধ্যমৰ সন্মুখীন হৈ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ৰংহাঙে কয় যে তেওঁ মন্ত্ৰী পদৰ দাবী কৰা নাই। মই বিজেপি দলৰ এজন সাধাৰণ কৰ্মী। দলৰ হাইকমাণ্ডে যি সিদ্ধান্ত ল’ব মই মানি ল’ম বুলি ৰংহাঙে কয়। বিৰোধী এপিএইচএলচি দলৰ সভাপতি জে আই কাথাৰক সমালোচনা কৰি ৰংহাঙে কয় যে কথাৰে জিলাখনত কাৰ্বি আৰু অনাকাৰ্বিৰ মাজত বিভাজন সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে।

Tags: DiphuBJPJoinBJP
Share4Tweet3Send

Related Posts

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day
DIPHU

by News Desk
June 6, 2026
50
‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা
DIPHU

‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

by News Desk
May 26, 2026
50
Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা
DIPHU

Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা

by News Desk
May 21, 2026
50
Diphu treasury : ডিফুৰ চৰকাৰী কাৰ্যালয়ত ধনৰ মুকলি বেহা, ধন নিদিলে কাম নহয় কোষাগাৰ বিষয়াৰ কাৰ্যালয়ত
DIPHU

Diphu treasury : ডিফুৰ চৰকাৰী কাৰ্যালয়ত ধনৰ মুকলি বেহা, ধন নিদিলে কাম নহয় কোষাগাৰ বিষয়াৰ কাৰ্যালয়ত

by News Desk
January 9, 2026
50
Death body Recovered : ডিফু-দলদলিৰ মাজত ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
DIPHU

Death body Recovered : ডিফু-দলদলিৰ মাজত ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

by News Desk
January 5, 2026
50
Rongker Puja : দুই পাৰ্বত্য জিলাত উলহ-মালহেৰে উদ্‌যাপন ৰংকেৰ কাৰক্লি, সমূহ জনসাধাৰণলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ শুভেচ্ছা প্ৰদান

ADVERTISEMENT
Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day
DIPHU

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
50
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT