ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Jobs & Career

SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক

News Desk by News Desk
May 19, 2026
Reading Time: 1 min read
A A
0
SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক

RELATED POSTS

India Launches National Creators Award to Celebrate Digital Storytelling and Innovation:

Amrit Mahotsav I ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বীৰসকলৰ স্মৃতিত স্থায়ী ফলকৰ উদ্ধোধন

Adequate Startup Funding. Are You Funding your Startup Enough?

New Logo Smal 1 | ASSAM TIMES POST

চাকৰি (Jobs) প্ৰত্যাশীসকলৰ বাবে এক ভাল খবৰ। এইবাৰ চৰকাৰী বেংকত চাকৰিৰ (Job in a bank) সুযোগ ওলাইছে। এই সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকে (SBI) নিযুক্তিৰ অধিসূচনা জাৰি কৰিছে। বেংকটোৱে প্ৰাৰ্থীসকলক হাতে-কামে প্ৰশিক্ষণ দিব। কিয়নো ষ্টেট বেংকত বৃহৎসংখ্যক পদ খালী হৈ আছে।

কি পদ পূৰণ কৰা হ’ব?
এছবিআয়ে এপ্ৰেণ্টিছ নিযুক্তি দিব। চলিত বিত্তীয় বৰ্ষৰ বাবে নিযুক্তি দি আছে এছবিআয়ে।

প্ৰশিক্ষণৰ সময়সীমা
এবছৰলৈ অব্যাহত থাকিব কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ। কিন্তু প্ৰশিক্ষণৰ সময়ত কৰ্মচাৰীসকলৰ কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক জুনিয়ৰ এছোচিয়েট হিচাপে নিযুক্তি দিব পাৰে।

জলপানিৰ পৰিমাণ
প্ৰশিক্ষণৰ সময়ত ১৫ হাজাৰ টকাকৈ দিয়া হ’ব ।

মুঠ খালী পদৰ সংখ্যা
সংস্থাটোত মুঠ ৭,৫১০টা খালী পদ পূৰণ কৰা হ’ব। ইয়াৰে কিছুমান আসন সংৰক্ষিত শ্ৰেণীৰ বাবে সংৰক্ষিত হ’ব।

কোনবোৰ ৰাজ্যত নিযুক্তি হ’ব পাৰে?
নিযুক্তিপ্ৰাপ্তসকলক পশ্চিমবংগ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, ছত্তীশগড়, মধ্যপ্ৰদেশ, ওড়িশা, লাডাখ, হিমাচল প্ৰদেশ, চণ্ডীগড়, পঞ্জাব, জম্মু-কাশ্মীৰ, হাৰিয়ানা, পুডুচেৰী, তামিলনাডু, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰা, অসম, মিজোৰাম, মণিপুৰ, তেলেংগানা, ৰাজস্থান, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ছিকিম, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গোৱা, উত্তৰাখণ্ড, দিল্লী, বিহাৰ, ঝাৰখণ্ড আৰু কেৰালাত নিযুক্তি দিয়া হ’ব পাৰে।

শিক্ষাগত অৰ্হতা
আবেদনকাৰী কোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা যিকোনো শাখাৰ স্নাতক হ’ব লাগিব।

বয়সৰ সীমা
প্ৰাৰ্থীৰ বয়স ২০ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ বাবে বয়সৰ শিথিলতা থাকিব।

যোগ্যতা পৰীক্ষণ
প্ৰাৰ্থীৰ যোগ্যতা দুটা ধৰণে পৰীক্ষা কৰা হ’ব। অনলাইন লিখিত পৰীক্ষা আৰু আঞ্চলিক ভাষাত দক্ষতা পৰীক্ষাৰ জৰিয়তে তেওঁলোকৰ যোগ্যতা পৰীক্ষা কৰা হ’ব। অনলাইন লিখিত পৰীক্ষাৰ সময়সীমা এঘণ্টা। এই পৰীক্ষাত ১০০ নম্বৰ থাকিব। জুলাই মাহত অনুষ্ঠিত কৰা হ’ব এই অনলাইন লিখিত পৰীক্ষা। আঞ্চলিক ভাষাত দক্ষতা পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীয়ে সেই ভাষা ক’ব, লিখিব বা বুজিব পাৰিব লাগিব। অৱশ্যে বেংকত নিযুক্তি দিয়াৰ পূৰ্বে পৰীক্ষাৰ্থীৰ শাৰীৰিক ফিটনেছো পৰীক্ষা কৰা হ’ব।

আবেদন প্ৰক্ৰিয়া
প্ৰাৰ্থীসকলে বেংকৰ ৱেবছাইট https://ibpsreg.ibps.in/sbiaapr26/ ত গৈ আবেদন কৰিব লাগিব।

আবেদন মাচুল
সংৰক্ষিত শ্ৰেণীৰ বাহিৰে সকলো প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ৩০০ টকা।

আবেদনৰ অন্তিম তাৰিখ
প্ৰাৰ্থীসকলে নিৰ্দিষ্ট ৱেবছাইটত গৈ ১৯ মে’ৰ পৰা ৮ জুনলৈ আবেদন কৰিব পাৰিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SBIRecruitment
Share4Tweet3Send

Related Posts

India Launches National Creators Award to Celebrate Digital Storytelling and Innovation:
EDUCATION AND TECHNOLOGY

India Launches National Creators Award to Celebrate Digital Storytelling and Innovation:

by ASSAM TIMES POST
February 12, 2024
55
Amrit Mahotsav I ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বীৰসকলৰ স্মৃতিত স্থায়ী ফলকৰ উদ্ধোধন
KARBI ANGLONG

Amrit Mahotsav I ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বীৰসকলৰ স্মৃতিত স্থায়ী ফলকৰ উদ্ধোধন

by News Desk
August 10, 2023
116
Adequate Startup Funding. Are You Funding your Startup Enough?
Economy

Adequate Startup Funding. Are You Funding your Startup Enough?

by Sanjeev Sarma
April 17, 2022
244.6k
এছবিআই নতুন নিযুক্তি, সবিশেষ জানি লওক
ALL NEWS

এছবিআই নতুন নিযুক্তি, সবিশেষ জানি লওক

by News Desk
February 23, 2021
53
Writing As a Career Option
Jobs & Career

Writing As a Career Option

by Antara Das
September 13, 2020
60
Career in Photography:
ALL NEWS

Career in Photography:

by Antara Das
September 6, 2020
80
ADVERTISEMENT
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d