ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pak attack on Afghanistan । আফগানিস্তানৰ বিৰুদ্ধে সমুখ সমৰত পাকিস্তান, সীমান্তৰ যুদ্ধত ৫৫ পাক সেনা মৃত্যুৰ দাবী কাবুলৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 27, 2026
Reading Time: 1 min read
A A
0
Pak attack on Afghanistan । আফগানিস্তানৰ বিৰুদ্ধে সমুখ সমৰত পাকিস্তান, সীমান্তৰ যুদ্ধত ৫৫ পাক সেনা মৃত্যুৰ দাবী কাবুলৰ

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

আফগানিস্তানৰ বিৰুদ্ধে প্ৰত্যক্ষ যুদ্ধৰ ঘোষণা কৰিলে পাকিস্তানে (Pak army attack)। কাবুলে অভিযোগ কৰিছে যে বৃহস্পতিবাৰে নিশাৰে পৰা পাকিস্তানে আফগানিস্তানৰ কাবুল, কন্দহাৰ আৰু পাক্তিকাত বিমান আক্ৰমণ চলাইছে। প্রতি আক্রমণত ৫৫ জন পাকিস্তানী জোৱান নিহত হোৱা বুলিও দাবী কৰিছে আফগানিস্তানৰ তালিবান চৰকাৰে৷

Pak attack on Afghanistan ।
সীমান্তৰ যুদ্ধত ৫৫ পাক সেনা মৃত্যুৰ দাবী কাবুলৰ:

অৱশ্যে এই পৰিসংখ্যাৰ সৈতে ইছলামাবাদ একমত নহয়। তেওঁলোকে দুজন পাকিস্তানী জোৱান আৰু ৩৬ জন আফগান জোৱান নিহত হোৱা বুলি দাবী কৰে।
ইতিমধ্যে পাকিস্তানে আফগানিস্তানৰ বিৰুদ্ধে ‘অপাৰেচন গাজাব লিল হক’ নামৰ সামৰিক অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।

দেশৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ছ’চিয়েল মিডিয়াত এটা পোষ্টত লিখিছে যে আমাৰ সামৰিক বাহিনী যিকোনো আক্ৰমণাত্মক ইচ্ছাক ধ্বংস কৰিবলৈ সক্ষম। ইছলামবাদে দাবী কৰিছে যে পাক-আফগান সীমান্তত আফগানিস্তানৰ আগ্ৰাসী আচৰণৰ সন্মুখীন হ’বলৈ এই পদক্ষেপ লোৱা হৈছে। অৱশ্যে আফগানিস্তানে এই সংঘাতৰ বাবে পাকিস্তানক দোষাৰোপ কৰিছে।

তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয়, “কাপুৰুষ পাকিস্তানী সেনাই কাবুল, কন্দহাৰ, পাক্তিকাৰ কিছুমান অঞ্চলত বিমান আক্ৰমণ চলাইছে। সৌভাগ্যক্ৰমে কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই।” কাবুলে দাবী কৰিছে যে পাকিস্তানে প্ৰথমে আফগান সীমান্ত পাৰ হৈ আক্ৰমণ আৰম্ভ কৰিছিল।

শুকুৰবাৰে পুৱা আফগানিস্তানৰ ৰাজধানী কাবুলত বিস্ফোৰণৰ শব্দ শুনা যায়। তালিবানে অভিযোগ কৰে যে ইছলামাবাদে ডুৰাণ্ড লাইন (পাক-আফগান আন্তঃৰাষ্ট্ৰীয় সীমান্ত)ত আক্ৰমণ চলাই আছে। তালিবান চৰকাৰে দাবী কৰে যে আফগান সেনাই পাকিস্তানী সেনা ঘাটি আৰু সীমান্তৰ ১৯টা সেনা চকী মাত্ৰ চাৰি ঘণ্টাৰ ভিতৰতে ধ্বংস কৰে।

আফগানিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰা অনুসৰি, পাকিস্তানী সেনাৰ ৫৫ জন জোৱান নিহত হয়। ইয়াৰ উপৰি কেইবাজনো পাকিস্তানী জোৱানক জীৱিত অৱস্থাত বন্দী কৰা হৈছে বুলিও দাবী কৰা হৈছে। কাবুলৰ দাবী যে পাকিস্তানৰ আক্ৰমণত ৮ জন তালিবান যোদ্ধা নিহত হৈছে। ১১ জন আহত হয়।

কিন্তু ইয়াৰ বিপৰীতে পাকিস্তানৰ তথ্য মন্ত্ৰী আতাউল্লাহ তাৰাৰে আফগান আক্ৰমণত দুজন পাকিস্তানী জোৱান নিহত হোৱা বুলি দাবী উত্থাপন কৰে। আহত হৈছে তিনিজন। পাকিস্তানৰ আক্ৰমণত ৩৬ জন তালিবান যোদ্ধা নিহত হোৱা বুলিও তেওঁ দাবী কৰে।

Tags: আফগানিস্তানৰ বিৰুদ্ধে সমুখ সমৰতপাকিস্তানমৃত্যুৰ দাবী কাবুলৰসীমান্তৰ যুদ্ধত ৫৫ পাক সেনা
Share4Tweet3Send

Related Posts

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

by Staff Reporter
June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

by Staff Reporter
June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

by Staff Reporter
June 13, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

by News Desk
June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

by News Desk
June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

by News Desk
June 12, 2026
50
ADVERTISEMENT
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx