ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সুস্মিতাই নাজানে অসমীয়া আৰু বঙালী ভাষা যে ভাই-ককাই- পৰমানন্দ ৰাজবংশী

Staff Reporter by Staff Reporter
February 18, 2020
Reading Time: 1 min read
A A
0
সুস্মিতাই নাজানে অসমীয়া আৰু বঙালী ভাষা যে ভাই-ককাই- পৰমানন্দ ৰাজবংশী

RELATED POSTS

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

Road accident : বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা

Deathbody found : হেঙেৰাবাৰীৰ নেহা এৰ্পাটমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ

0 1 e1574345654996 4 | ASSAM TIMES POST ASSAM TIMES POST

নিউজ ডেস্ক

শিলচৰৰ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱক কটাক্ষ অসম সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশী৷সাংসদ গৰাকীয়ে বৰাকৰ মুখ্য ভাষা বঙালী হব লাগে বিভিন্ন সময়ত কৰি অহা মন্তৱ্যক উভতি ধৰি সভাপতি ৰাজবংশীয়ে কয় “অসমীয়া আৰু বঙালী ভাষা যে ভাই-ককাই তেওঁ সেই কথাটো জানিব তো লাগিব ! বাপেকৰ পদাংক অনুসৰি কৰি বাংলা ৰাজনীতি কৰিলেই নহব৷কাৰণ আমিতো মাহে-মাহে বা দুমাহৰ মূৰত বৰাকলৈ গৈছো আৰু তাত গৈ সভা কৰিছো, অসমীয়া ভাষাৰ উন্নতিৰ কথা কৈছো, নাটকো কৰিছো কোনো বাংলাভাষি মানুহে আমাক আপত্তি কৰা নাই” ৷

“আমি বিচাৰো জ্যোতি প্ৰসাদ, ৰবীন্দ্ৰনাথৰ দৰে কাৰ্যসূচী সমূহ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে বুজি উঠাৰ বাবে উদযাপন কৰক কিন্তু যোৱা বৰ্ষত ৰবীন্দ্ৰ জয়ন্তী দিনটোতত চৰকাৰী বিদ্যালয়ত  উদযাপনৰ বিপৰিতে পৰীক্ষা পাতিছিল তাক অসম সাহিত্য সভাই তীব্ৰ বিৰোধিতা কৰিছিল৷ সেই সময়ত সুস্মিতা দেৱ ক’ত আছিল “ – বুলি উথাপন কৰে ৰাজবংশীয়ে।

উল্লেখ যে অসম সাহিত্য সভাৰ স্পষ্ট কথা বৰাক- ব্ৰহ্মপুত্ৰ সকলোতে অসমীয়া ভাষা প্ৰথম ভাষা হিচাপে প্ৰচলিত হৈ থাকিব লাগিব।তেওঁ লগতে কয়।অসম সহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত বিদায়ী সভাপতি ৰাজবংশীয়ে সোমবাৰে সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অৱনী মোহন চৌধুৰী ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Assam Sahitya SabhaParamananda Rajbongshi
Share6Tweet4Send

Related Posts

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!
Assam

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

by News Desk
October 22, 2026
50
Road accident : বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
October 22, 2026
50
Deathbody found : হেঙেৰাবাৰীৰ নেহা এৰ্পাটমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Guwahati

Deathbody found : হেঙেৰাবাৰীৰ নেহা এৰ্পাটমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ

by News Desk
October 21, 2026
52
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
October 21, 2026
52
Road accident : লংকা-লামডিঙ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, ঠিতাতে নিহত কনিষ্ঠবল
Assam

Road accident : লংকা-লামডিঙ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, ঠিতাতে নিহত কনিষ্ঠবল

by News Desk
October 21, 2026
51
Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

by News Desk
October 19, 2026
51
ADVERTISEMENT
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
50
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!
Assam

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

October 22, 2026
50
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী
National-International

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

October 22, 2026
50
Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন
National-International

Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

October 22, 2026
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d