ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

মুক্তি পালে “নয়না”- দৰ্শকৰ বহুল সমাদৰ লাভ কৰিছে “নয়না” ইঃ

Staff Reporter by Staff Reporter
February 10, 2020
Reading Time: 1 min read
A A
0
মুক্তি পালে “নয়না”- দৰ্শকৰ বহুল সমাদৰ লাভ কৰিছে “নয়না” ইঃ

বৰ্তমান সময়ত নতুনত্বৰ এক অন্য ঢৌৱে শ্ৰোতাৰ হৃদয় কৰিছে। সেয়া লাগিলে, সংগীততেই হওঁক অথবা অসমীয়া ছবিৰ ক্ষেত্ৰতেই হওঁক। দোপক-দোপে আগবাঢ়িছে প্ৰত্যেকখন ক্ষেত্ৰ; নৱ-প্ৰজন্মৰ ন-ন কৌশলে আমোদ প্ৰদান কৰিছে এতিয়া জনসাধাৰণক। এনে পৰিপ্ৰেক্ষিততে, যোৱা কালি অৰ্থাৎ ৯ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰিলে “নয়না”।

RELATED POSTS

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

WhatsApp Image 2020 02 09 at 22.28.01 | ASSAM TIMES POST

WhatsApp Image 2020 02 09 at 22.28.02 1 | ASSAM TIMES POST
কেইবাগৰাকীও নৱ-প্ৰজন্মৰ শিল্পীৰ প্ৰতিভাৰে নিৰ্মিত এই গীতটিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অসমীয়া সংগীত ক্ষেত্ৰ খনৰ কেইবাগৰাকীও জনপ্ৰিয় কন্ঠশিল্পী। দীক্ষু, আচুৰ্য্য বৰপাত্ৰকে ধৰি কেইবাগৰাকীও শিল্পীক দেখিবলৈ পোৱা যায় উক্ত অনুষ্ঠানখনত। কেইবাদিনৰ পৰা চচিয়েল মিডিয়াত দৰ্শকক আকৰ্ষিত কৰি ৰাখিবলৈ উক্ত গীতটিক উদ্দেশ্যি বিভিন্ন পোষ্ট দিয়া দেখিবলৈ পোৱা গৈছিল।

WhatsApp Image 2020 02 09 at 22.28.02 | ASSAM TIMES POST

WhatsApp Image 2020 02 09 at 22.28.04 | ASSAM TIMES POST

উল্লেখ্য যে, গীতটি মুক্তি লাভ কৰা পিছতেই ই লাভ কৰিছে শ্ৰোতাৰ বহুল সমাদৰ। গীতটিত “ৰেপ” ৰ সংযোজন কৰি ইয়াক আৰু অধিক উপভোগ্য কৰিছে চয়নিকা বৈশ্য (Synicah) য়ে। “নয়না” লিখিছে ডানিছে লগতে ইয়াত সংগীত দিছে মাছমিথ (Masmyth) য়ে। সুৰভি দাস আৰু ত্ৰিদীপ গগৈৰ অভিনয়ৰে গীতটি পৰিচালনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে।

SOURCE:https://rupaliparda.com/archives/10190

Tags: Assamese Singerassamese songAssamese songsNayanaSynicah
Share4Tweet3Send

Related Posts

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
ADVERTISEMENT
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx