ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ সামৰি ৰাজভৱনলৈ উভতিল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
July 11, 2025
Reading Time: 1 min read
A A
0
দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ সামৰি ৰাজভৱনলৈ উভতিল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

দুদিনীয়া ব্যস্ত কাৰ্যসূচীলৈ বৃহস্পতিবাৰে সপত্নীক ৰেল যোগে ডিফুলৈ অহা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি তেওঁৰ ভ্ৰমণ সামৰি ৰাজভৱনলৈ উভতিল ৷ কালি প্ৰথম দিনৰ কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদসস্যকে আদি কৰি মুক্তি যুদ্ধা সমল ব্যক্তিৰ সৈতে মত বিনিময় কৰাৰ পাছত এক বিভাগীয় পৰ্যালোচনা বৈঠকতো অংশ গ্ৰহণ কৰে ৰাজ্যপাল গৰাকীয় ৷

দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ সামৰি ৰাজভৱনলৈ উভতিল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য
দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ সামৰি ৰাজভৱনলৈ উভতিল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ৰাজ্যপাল গৰাকীয়ে সপত্নীক পুৱাৰ ভাগত ডিফু মাঞ্জা পথৰ ৭ মাইল শিৱ মন্দিৰত পূজা অৰিচনা কৰি মাঞ্জাৰ দুগ্ধ পাম পৰিদৰ্শন কৰে ৷ ইয়াৰ পাছত পোনে পোনে লংনিটত থকা জল জীৱন মিচন আঁচনিত উপস্থিত স্থানীয় গঁঞা ৰাইজৰ সৈতে মত বিনিময় কৰি জলজীৱনৰ আঁচনিৰ লাভালাভ ৰাইজে ভোগ কৰিব পাৰিছে নে নাই তাকলৈ ৰাইজৰ মতামত জানিব বিচাৰে ৷

1d44ce15 7e3f 4fa6 9b50 34fa30a13f59 | ASSAM TIMES POSTক্ৰমে, ৰাজ্যপাল গৰাকীয়ে কাৰ্বি আংলং জিলাৰ ১৮ শ শতিকাত ব্ৰিটিছৰ আমোলত স্থাপন হোৱা মহংদিজুৱাৰ প্ৰথমখন উপস্বাস্থ কেন্দ্ৰ পৰিদৰ্শন কৰি স্বাস্থ্য কেন্দ্ৰটোত আজিত মজুত হৈ থকা ব্ৰিটিছ আমোলৰ সা-সামগ্ৰী, নিৰিক্ষণ বহী আদি প্ৰত্যক্ষ কৰি এইবোৰ সাচি থোৱাৰ বাবে কৰ্তৃপক্ষৰ শলাগ লয় ৷ আনহাতে যাত্ৰা পথত মাঞ্জাত প্ৰধানমন্তী আৱাস যোজনা ঘৰ পৰিদৰ্শন কৰি হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে ৰাজ্যপাল গৰাকীয়ে ৷

হিতাধিকাৰীয়ে পিএমএৱাই গৃহৰ নাম ভালদৰে কব নোৱাৰাত তেওঁ পিএমএৱাই ৰ বিপৰীতে প্ৰধান মন্ত্ৰী আৱাস যোজনা নাম সম্পূৰ্ণ ভাবে লিখিলেই সঠিক হব বুলি কয় ৷ শেহত বিৰলা স্থিত শিশু গৃহত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে শিশু গৃহত থকা শিশু সকলৰ সৈতে এক অন্তৰংগ মূহূৰ্ত অতিবাহিত কৰাৰ লগতে শিশু সকলৰ মাজত চকলেট ফলমূল আদি বিতৰণ কৰে ৷ ইয়াৰ পাছত ৰাজ্যপাল গৰাকীয়ে তাৰালামচৰ কাজিৰ ৰংহাঙপী অতিথিশালাত বিশ্ৰাম গ্ৰহণ কৰি পুণৰ ৰেল যোগলৈ ৰাজভৱনলৈ ৰাওনা হয় ৷

দ্বিতীয় দিনৰ কাৰ্যসূচীত ৰাজ্যপাল গৰাকীক সংগ দিয়ে বিধায়ক বিদ্যাচিং ইংলেঙ, ৰূপচিং টেৰণ জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক, নিৰলা ফাংচপী, সঞ্জীৱ কুমাৰ শইকীয়া, পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়া অধ্যক্ষ ৰাজু তিচ’ উপাধ্যক্ষ অভিজিত ক্ৰ’ ইএম মধুৰাম লেকথে আৰু তিলুত্তমা হাষ্ণুৱে ৷

Tags: অতিথিশালা বিশ্ৰামঅধ্যক্ষ ৰাজু তিচ'অসমৰ ৰাজ্যপালইএম মধুৰাম লেকথেউপাধ্যক্ষ অভিজিত ক্ৰ'কাৰ্বি আংলংচকলেট বিতৰণজলজীৱন মিচনজিলা আয়ুক্তজিলা আৰক্ষী অধীক্ষকডিফুলৈ ৰেল যোগেতিলুত্তমা হাষ্ণুৱেদুদিনীয়া কাৰ্যসূচীপ্ৰধান সচিবপ্ৰধানমন্তী আৱাস যোজনাৰ ঘৰৰ পৰিদৰ্শনবিধায়ক বিদ্যাচিং ইংলেঙবিভাগীয় পৰ্যালোচনা বৈঠকব্ৰিটিছ আমোলমাঞ্জা পথমুক্তি যুদ্ধা সমললক্ষ্মণ প্ৰসাদ আচাৰ্যশিশু গৃহশিৱ মন্দিৰ পূজাস্থানীয় গঁঞা ৰাইজস্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শনৰূপচিং টেৰণ
Share4Tweet3Send

Related Posts

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx