ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Historic verdict Diphu Court I তিনি ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে ঐতিহাসিক ৰায় ডিফু সত্ৰ ন্যায়াধীশ আদালতৰ : ২০ বছৰ সশ্ৰম কাৰাদণ্ড

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
May 30, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

যুৱ প্ৰজন্মক ক্ৰমান্বয়ে মৃত্যুৰ গৰাহলৈ ঠেলি নিয়া বৰবিহ সদৃশ মাৰাত্মক ড্ৰাগছ বিৰুদ্ধে ডিফু সত্ৰ ন্য়াধীশৰ আদালতে এক ঐতিহাসিক ৰায় প্ৰদান কৰে ৷ শুকুৰবাৰে ডিফুস্থিত জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ লোক অধিবক্তা দিলীক কুমাৰ ডেকাই জানিবলৈ দিয়া অনুসৰি আজি আদালতে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক ২০ বছৰকৈ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাকৈ আদায় দিয়াৰ ৰায়দান কৰে ৷

তিনি ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে ঐতিহাসিক ৰায় ডিফু জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ : ২০ বছৰ সশ্ৰম কাৰাদণ্ড
তিনি ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে ঐতিহাসিক ৰায় ডিফু জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ : ২০ বছৰ সশ্ৰম কাৰাদণ্ড

শাস্তিপ্ৰাপ্ত তিনি অভিযুক্ত ক্ৰমে,ৰাজেশ লাখান্দ্ৰী, কুমাৰ গাজিমেৰ আৰু টাংগামবৌ মাৰিয়ানমাই ৷ ২০২২ চনৰ ২ আগষ্টত পুৱা প্ৰায় ৬ বাজি ৩০ বজাত এক গোপন খবৰৰ ভিত্তিত ডিলাই তিনি আলিক আৰক্ষীৰ নাকা তালাচীত তিনিওজন অভিযুক্তৰ পৰা উদ্ধাৰ হৈছিল প্ৰায় ১০ কোটি টকাৰ মাৰাত্মক ড্ৰাগছ ৷ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চিআৰপিএফ আৰু আৰক্ষীৰ সহযোগত চলিছিল অভিযান ৷

ডিমাপুৰৰ পৰা ডিলাই অভিমুখে আহি থকা অৱস্থাত এছ আৰ 03 পি 1143 নম্বৰৰ এখন বলেৰ’ বাহনৰ ডেছ বৰ্ডত এখন কাপোৰৰ বেগত থকা 383 গ্ৰাম হেৰইন, আৰু গিয়াৰ বক্সত গোপন চেম্বাৰৰ পৰা 2 কেজি ২৮ গ্ৰাম ক্ৰিষ্টল আৰু ১ কেজি মৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে ৷ সমুদায় ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা ৷ এই সন্দৰ্ভত ডিলাই থানা এনডিপিএছ এক্ট  ২১ চি আৰু ২২ চিত ধাৰাত   ২৩ /২০২২ আৰু ডিফু আদালতৰ ৯৪/২২ মোকৰ্দমা চলে ৷

মোকৰ্দমাৰ অন্তত আজি ডিফু জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে অভিযুক্ত তিনিও জনকে এনডিপিএছএক্টত দোষী সাব্যস্ত কৰি ২০ বছৰকৈ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ২ লাখ টকাকৈ জৰিমনা বিহে ৷ আদালতে কাৰ্বি আংলঙত সাংঘাতিক ভাবে বৃদ্ধি পাই অহা ড্ৰাগছৰ প্ৰচলনত উদ্বিগ্নতা প্ৰকাশ কৰি অসম চৰকাৰ,  কাৰ্বি আংলং স্বায়ত্ত পৰিষদক ডিফুত এটা ড্ৰাগছ মুক্তি কেন্দ্ৰ খুলিবলৈ আহ্বান জনায় ৷ গোচৰটোত চৰকাৰী পক্ষৰ হৈ উকালতি কৰিছিল দিলীপ কুমাৰ ডেকাই ৷

Tags: অভিযানঅসম চৰকাৰএজন ড্ৰাগছএনডিপিএছ এক্টঐতিহাসিক ৰায়কাৰ্বি আংলংকুমাৰ গাজিমেৰক্ৰিষ্টলগোপন খবৰচিআৰপিএফজন দাসজৰিমনাটাংগামবৌ মাৰিয়ানমাইডিফু আদালতডিমাপুৰডিলাইড্ৰাগছ মুক্তি কেন্দ্ৰড্ৰাগছ সৰবৰাহকাৰীড্ৰাগছৰ প্ৰচলনতিনিজন অভিযুক্তদিলীক কুমাৰ ডেকাদোষী সাব্যস্তনাকা তালাচীবোকাজান মহকুমাবৰবিহমাৰাত্মক ড্ৰাগছমৃত্যুৰ গৰাহমৰফিনযুৱ প্ৰজন্মসশ্ৰম কাৰাদণ্ডহেৰইন১০ কোটি টকাৰ ড্ৰাগছৰাজেশ লাখান্দ্ৰী
Share4Tweet3Send

Related Posts

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ADVERTISEMENT
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

June 13, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

June 13, 2026
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx