ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi hits heavy rains । দিল্লীত প্ৰচণ্ড বৰষুণত দুজনৰ মৃত্যু, ধুমুহাত গছ উভালি যাতায়াত ব্যাহত, বিমান সেৱাও ব্যাহত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 22, 2025
Reading Time: 1 min read
A A
0
Delhi hits storm । দিল্লীত দুৰ্যোগ, ধূলিৰ ধুমুহা-প্ৰচণ্ড শিলাবৃষ্টিত মাজ আকাশত দুৰ্যোগৰ সন্মুখীন বিমান

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

শিলাবৃষ্টিৰ লগতে ধুমুহাৰ বাবে দেশৰ ৰাজধানীৰ বিস্তৃত অংশ প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিধ্বস্ত হৈ পৰিছে। প্ৰচণ্ড গৰমৰ পিছত বুধবাৰৰ সন্ধিয়াৰ পৰা দিল্লী আৰু কাষৰীয়া অঞ্চলত বৰষুণ আৰম্ভ হয় (Delhi Storm)। ধুমুহা আৰু শিলাবৃষ্টিও আৰম্ভ হয়। ধুমুহাৰ ফলত লোধি পথ এলেকাত বিদ্যুতৰ খুঁটা এটা ভাঙি পৰাত এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ মৃত্যু হয়।
Delhi hits heavy rains ।
দিল্লীত প্ৰচণ্ড বৰষুণত দুজনৰ মৃত্যু, ধুমুহাত গছ উভালি যাতায়াত ব্যাহত, বিমান সেৱাও ব্যাহত:

উত্তৰ-পূব দিল্লীৰ গোকুলপুৰীত মূৰত গছ পৰি মৃত্যু হয় এজন ২২ বছৰীয়া যুৱকৰ। বুধবাৰৰ নিশালৈকে দিল্লীৰ বিভিন্ন অঞ্চলৰ পৰা কমেও ১১জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। অভাৰব্ৰিজৰ লোহাৰ অংশ ভাঙি পৰাৰ ফলত কোনোবা আহত হোৱাৰ বিপৰীতে ওখ ঠাইৰ কাঁচ ভঙাৰ ফলত আন কোনোবা আহত হৈছে।

এই দুৰ্যোগৰ বাবে দিল্লী বিমানবন্দৰৰ সেৱাও ব্যাহত হৈ পৰে। দিল্লীত অৱতৰণ কৰিব নোৱাৰিলে কমেও ১৩খন বিমান। অৱশ্যে সেইবোৰ আন ঠাইত অৱতৰণ কৰোৱা হয়। সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, ১২খন বিমান ৰাজস্থানৰ জয়পুৰ বিমানবন্দৰত অৱতৰণ কৰা হৈছে।

দিল্লী অভিমুখী এখন আন্তঃৰাষ্ট্ৰীয় বিমান মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে। ইয়াৰ বাহিৰেও কম সময়ৰ ভিতৰতে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে দিল্লীৰ বিভিন্ন পথত পানী জমা হয়। যান-জঁটৰ সৃষ্টি হয়। দিল্লী আৰক্ষীয়ে দিল্লীবাসীক সময় হাতত লৈ ৰাজপথলৈ ওলাই আহিবলৈ পৰামৰ্শ দিয়ে।

দুৰ্যোগ আৰম্ভ হোৱাৰ পিছতে দিল্লী বিদ্যুৎ বিতৰণ কোম্পানীয়ে ৰাজধানীৰ কিছু অংশত বিদ্যুৎ সেৱা বন্ধ কৰি দিয়ে। সংস্থাটোৱে কয় যে বিদ্যুৎস্পৃষ্টৰ ফলত হোৱা দুৰ্ঘটনা ৰোধৰ বাবে এই সতৰ্কতামূলক ব্যৱস্থা গ্হৰণ কৰা হৈছে। আনহাতে, শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত দিল্লী মেট্ৰ’ৰ অভাৰহেড লাইন ক্ষতিগ্ৰস্ত হয়। কিছুসময়ৰ বাবে ৰাজধানীত মেট্ৰ’ সেৱা ব্যাহত হয়।

বুধবাৰে সন্ধিয়া ৫.৩০ বজাৰ পৰা ৮.৩০ বজালৈ চফদৰজঙত ১২.২ মিলিমিটাৰ বৰষুণ হয়। প্ৰতি ঘণ্টাত ৬০ৰ পৰা ৭০ কিলোমিটাৰ বেগেৰে ধুমুহা বলে।

Tags: দিল্লীত প্ৰচণ্ড বৰষুণত দুজনৰ মৃত্যুধুমুহাত গছ উভালি যাতায়াত ব্যাহতবিমান সেৱাও ব্যাহত
Share4Tweet3Send

Related Posts

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

by News Desk
June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

by Staff Reporter
June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

by Staff Reporter
June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

by Staff Reporter
June 14, 2026
50
‎ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাবিক I জাহাজত অসুস্থ হৈ এজনৰ মৃত্যু  ‎
National-International

‎ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাবিক I জাহাজত অসুস্থ হৈ এজনৰ মৃত্যু ‎

by Staff Reporter
June 14, 2026
50
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

by News Desk
June 13, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx