ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ISRO I মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টা কৃত্ৰিম উপগ্ৰহই, জনালে ইছৰোৱে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 12, 2025
Reading Time: 1 min read
A A
0
আৰু এখোজ আগবাঢ়িল ইছৰোৰ নতুন LVM-3 মহাকাশযান, ৰকেট ইঞ্জিনৰ পৰীক্ষা সফল

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

মহাকাশৰ পৰা দহটা কৃত্ৰিম উপগ্ৰহই ভাৰত আৰু ইয়াৰ জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ কাম কৰি আছে। এই কথা উল্লেখ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) (ISRO) অধ্যক্ষ ভি নাৰায়ণে।

ISRO I
মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টা কৃত্ৰিম উপগ্ৰহই:

দেওবাৰে মণিপুৰৰ ইম্ফলস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ এই কথা কয়। তাতে ইছৰোৰ মুৰব্বীগৰাকীয়ে এই ১০টা কৃত্ৰিম উপগ্ৰহৰ বিষয়ে কয়। তেওঁ আৰু কয় যে এই কৃত্ৰিম উপগ্ৰহসমূহৰ কৌশলগত উদ্দেশ্য হৈছে দেশবাসীৰ নিৰাপত্তা নিশ্চিত কৰা।

এই কৃত্ৰিম উপগ্ৰহসমূহে উক্ত লক্ষ্যৰ দিশত অবিৰতভাৱে কাম কৰি আছে। উল্লেখ্য যে ইছৰোৰ মুৰব্বীগৰাকীয়ে ভাৰত-পাক সংঘাত আৰু তাৰ পাছৰ যুদ্ধবিৰতিৰ মাজতে এই মন্তব্য কৰে। ইছৰোৰ অধ্যক্ষ নাৰায়ণে কয় যে মহাকাশ শক্তিৰ ক্ষেত্ৰত ভাৰত ক্ৰমান্বয়ে এক প্ৰাণৱন্ত ৰাষ্ট্ৰলৈ পৰিণত হৈছে।

২০৪০ চনৰ ভিতৰত ভাৰতে প্ৰথম মহাকাশ ষ্টেচনো পাব বুলি তেওঁ নিশ্চিত। ইম্ফলৰ অনুষ্ঠানত তেওঁ কয় যে এতিয়ালৈকে ভাৰতৰ পৰা ৩৪খন দেশৰ ৪৩৩টা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হৈছে। ভাষণৰ এটা সময়ত তেওঁ দেশৰ নিৰাপত্তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত মহাকাশ গৱেষণাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।

ইছৰোৰ মুৰব্বীগৰাকীয়ে কয়, “সকলোৱে আমাৰ ওচৰ-চুবুৰীয়াৰ বিষয়ে জানে। দেশৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আমি কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে ইয়াক পূৰণ কৰিব লাগিব। আমাৰ ৭০০০ কিলোমিটাৰ দীঘল উপকূলৰ ওপৰত চকু ৰাখিব লাগিব। সমগ্ৰ উত্তৰ অংশত আমি অহৰহ সতৰ্কতা অৱলম্বন কৰিব লাগিব।” তেওঁৰ মতে, দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কৃত্ৰিম উপগ্ৰহ আৰু ড্ৰোন প্ৰযুক্তিৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য।

Tags: জনালে ইছৰোৱেনিৰাপত্তা দিছে ১০টা কৃত্ৰিম উপগ্ৰহইমহাকাশৰ পৰা ভাৰতক
Share4Tweet3Send

Related Posts

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

by Staff Reporter
June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

by Staff Reporter
June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

by Staff Reporter
June 13, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

by News Desk
June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

by News Desk
June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

by News Desk
June 12, 2026
50
ADVERTISEMENT
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

June 13, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

June 13, 2026
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx