ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Riyan Parag : ৰিয়ান পৰাগক গুৰুত্বপূৰ্ণ দায়িত্ব, প্রথম তিনিখন মেচত ৰাজস্থানক নেতৃত্ব দিব অসমৰ যুৱ প্ৰতিভাগৰাকীয়ে

নিউজ ডেস্কঃ

News Desk by News Desk
March 20, 2025
Reading Time: 1 min read
A A
0
Riyan Parag : ৰিয়ান পৰাগক গুৰুত্বপূৰ্ণ দায়িত্ব, প্রথম তিনিখন মেচত ৰাজস্থানক নেতৃত্ব দিব অসমৰ যুৱ প্ৰতিভাগৰাকীয়ে

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

আই পি এলৰ অষ্টাদশ সংস্কৰণ আৰম্ভ হ’বলৈ মাজত মাত্ৰ এটা দিন বাকী। কিন্তু তাৰ পূৰ্বে এক অদ্ভুত সিদ্ধান্ত লৈছে ৰাজস্থান ৰয়েলছে (Rajasthan Royals)। অধিনায়ক সঞ্জু ছেমচনে দলৰ হৈ খেলিলেও কিন্তু তেওঁ নেতৃত্বত নাথাকিব। প্রথম তিনিখন মেচত (Three matches) ৰাজস্থানক নেতৃত্ব দিব (Will lead Rajasthan) ৰিয়ান পৰাগে (Riyan Parag)।

উল্লেখযোগ্য যে আঘাতৰ সমস্যাৰ পৰা মুক্ত হৈ সঞ্জু ছেমচনে ৰাজস্থান শিবিৰত কিছুদিন পূৰ্বে যোগ দিছে। তেওঁ আই পি এলত আৰম্ভণিৰ পৰা খেলিলেও প্রথম তিনিখন মেচত দলক নেতৃত্ব দিয়া দেখা নাযাব। বৃহস্পতিবাৰে এই ঘোষণা কৰিছে দলটোৱে। এই তিনিখন মেচত ৰাজস্থানে ক্ৰমে হায়দৰাবাদ, কলকাতা আৰু চেন্নাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

ৰাজস্থানে লগতে জনাইছে যে এই তিনিখন মেচত সঞ্জুই কেৱল বেটাৰ হিচাপে অৱতীৰ্ণ হ’ব, তেওঁ উইকেটৰক্ষকৰ ভূমিকাও পালন নকৰে। তেওঁক বেটিঙৰ সময়ত ‘ইমপেক্ট প্লেয়াৰ’ হিচাপে ব্যৱহাৰ কৰা হ’ব পাৰে বুলিও অনুমান কৰা হৈছে। সেই কাৰণেই তেওঁক অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হোৱা নাই।

riyan 1 | ASSAM TIMES POST
ৰিয়ান পৰাগক গুৰুত্বপূৰ্ণ দায়িত্ব, প্রথম তিনিখন মেচত ৰাজস্থানক নেতৃত্ব দিব

ইফালে বৃহস্পতিবাৰে সঞ্জুই কয়, “মই পৰৱৰ্তী তিনিখন মেচত সম্পূৰ্ণ ফিট থাকিব পাৰিম। আমাৰ দলত বহু নেতা আছে। বিগত কেইবা বছৰে বহুতে দলৰ হৈ অৱদান আগবঢ়াইছে। সেয়ে প্রথম তিনিখন মেচত ৰিয়ানে দলক নেতৃত্ব দিব। তেওঁৰ ওচৰত সেই ক্ষমতা আছে। আশাকৰো দলৰ বাকীসকলেও তেওঁক সকলো সময়তে সংগ দিব।”

আনহাতে, ৰাজস্থানৰ তৰফৰ পৰা এক বিবৃতিত কোৱা হৈছে, “সঞ্জু ছেমচন ৰাজস্থান দলৰ অবিচ্ছেদ্য অংশ। উইকেটকিপিং আৰু ফিল্ডিঙৰ অনুমতি নোপোৱা পর্যন্ত তেওঁ কেৱল বেটাৰ হিচাপেই আমাক সহায় কৰিবলৈ প্ৰস্তুত। সম্পূৰ্ণ সুস্থ হৈ উঠিলে নেতৃত্বলৈ উভতিব সঞ্জু।”

উল্লেখযোগ্য যে আঙুলিৰ আঘাতৰ উপশম ঘটাই কিছুদিন পূৰ্বে ৰাজস্থান শিবিৰত যোগ দিছে সঞ্জুৱে। ফেব্রুৱাৰীত অনুষ্ঠিত ভাৰত-ইংলেণ্ড টি-২০ শৃংখলাৰ সময়ত তেওঁ আঘাত পাইছিল। ফলত সম্পূৰ্ণ শৃংখলা খেলিব পৰা নাছিল। পিছত তেওঁৰ আঙুলিৰ অস্ত্রোপচাৰ হয়।

আনহাতে, ঘৰুৱা ক্রিকেটত অসমক নেতৃত্ব দিয়াৰ অভিজ্ঞতা আছে ৰিয়ানৰ। বিগত কেইবা বছৰ ধৰি তেওঁ ৰাজস্থান দলৰ নিয়মীয়া। ফলত বিশেষজ্ঞসকলৰ ধাৰণা, ৰিয়ানক মানি লোৱাত কাৰো অসুবিধা নহ’ব।

Tags: RajasthanRoyalsRiyanParagৰাজস্থানৰয়েলছৰিয়ানপৰাগ
Share4Tweet3Send

Related Posts

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

by News Desk
June 3, 2026
50
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

by News Desk
June 1, 2026
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx