ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

Chandrayan3 : চন্দ্ৰ সন্দৰ্ভত বৃহৎ ৰহস্য উন্মোচন চন্দ্ৰযান-৩ ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 8, 2025
Reading Time: 1 min read
A A
0
Chandrayan3 : চন্দ্ৰ সন্দৰ্ভত বৃহৎ ৰহস্য উন্মোচন চন্দ্ৰযান-৩ ৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

চন্দ্ৰযান-৩ ত (Chandrayaan-3) প্ৰকাশ পাইছে চন্দ্ৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য। গৱেষণাৰ পৰা দেখা গৈছে যে চন্দ্ৰৰ মেৰু অঞ্চলৰ (Polar region of the moon) বহু ঠাইত ভূপৃষ্ঠৰ ঠিক তলত বৰফ (Snow just below the surface) থাকিব পাৰে। এই বৰফৰ পৰিমাণ কিমান? সেই বিষয়ে আগৰ সকলো ধাৰণা ভঙ্গ হ’ল। অধ্যয়নত দেখা গৈছে যে চন্দ্ৰপৃষ্ঠৰ ঠিক তলত বহুত বৰফ থাকিব পাৰে। 

২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি ইতিহাসৰ সৃষ্টি কৰিছিল। আহমেদাবাদস্থিত পদাৰ্থ বিজ্ঞান পৰীক্ষাগাৰৰ অধ্যাপক তথা প্ৰতিবেদনৰ মুখ্য লেখক দুৰ্গা প্ৰসাদ কৰ্ণমে সংবাদ সংস্থা পিটিআইক জনাইছে যে চন্দ্ৰৰ পৃষ্ঠৰ উষ্ণতাৰ বৃহৎ, কিন্তু অতি স্থানীয় পৰিৱৰ্তনে বৰফৰ গঠনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। আৰু এই বৰফৰ কণাবোৰ চালে ইয়াৰ উৎপত্তি আৰু ইতিহাসৰ সূত্ৰ পোৱা যাব পাৰে, যিটো কমিউনিকেচন আৰ্থ এণ্ড এনভাইৰনমেণ্ট নামৰ আলোচনীখনত প্ৰকাশ পাইছে। এই সন্দৰ্ভত দুৰ্গা প্ৰসাদ কৰ্ণমে কয়, “ইয়াৰ দ্বাৰা চন্দ্ৰত বৰফ সময়ৰ লগে লগে কেনেকৈ জমা হৈছিল আৰু চন্দ্ৰৰ পৃষ্ঠত কেনেকৈ থাকিল সেই বিষয়েও জানিব পৰা যাব। ইয়াৰ দ্বাৰা এই প্ৰাকৃতিক উপগ্ৰহৰ প্ৰাৰম্ভিক ভূতাত্ত্বিক প্ৰক্ৰিয়াৰ বিষয়ে তথ্য পোৱা যাব।” 

moon | ASSAM TIMES POST
চন্দ্ৰ সন্দৰ্ভত বৃহৎ ৰহস্য উন্মোচন চন্দ্ৰযান-৩ ৰ

চন্দ্ৰযান-৩ অভিযানৰ অংশস্বৰূপ ChaSTE প্ৰ’বে পৃষ্ঠৰ পৰা ১০ চেমি গভীৰতালৈকে উষ্ণতা জুখিছিল, যাৰ ফলত অতি পৰিৱৰ্তনশীল পৰিস্থিতিৰ কথা প্ৰকাশ পাইছিল। ‘শিৱ শক্তি পইণ্ট’ নামৰ অৱতৰণ স্থানত দিনৰ ভাগত ৮২ ডিগ্ৰী চেলছিয়াছৰ পৰা ৰাতি -১৭০ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতা আছিল।

গৱেষকসকলে প্ৰস্তুত কৰা এটা আৰ্হিত প্ৰকাশ পাইছে যে সূৰ্যৰ ফালে ১৪ ডিগ্ৰীতকৈ অধিক হেলনীয়া চন্দ্ৰৰ পৃষ্ঠই পৃষ্ঠৰ ওচৰৰ বৰফ গঠন হ’ব পৰাকৈ উষ্ণতা যথেষ্ট উচ্চ কৰি ৰাখিব পাৰে।

চন্দ্ৰত বৰফ পানীলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনাৰ বিষয়ে দুৰ্গা প্ৰসাদ কৰ্ণমে পিটিআইক কয়, “চন্দ্ৰৰ পৃষ্ঠত অতি উচ্চ শূন্যতাৰ বাবে পানী তৰল ৰূপত থাকিব নোৱাৰে। গতিকে, বৰফ তৰললৈ পৰিণত হ’ব নোৱাৰে, বৰঞ্চ বাষ্পলৈ পৰিণত হয়।” কৰ্ণমে কয়, “বৰ্তমানৰ ধাৰণা অনুসৰি চন্দ্ৰত পূৰ্বতে বসবাসযোগ্য পৰিৱেশ নাছিল।” 

Tags: Chandrayan3SnowInMoonSurfaceচন্দ্ৰযান-৩
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
50
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
50
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
50
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
50
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx