ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Donald Trump on Indian tariff : ট্ৰাম্পৰ ভাবুকিৰ প্ৰভাৱ, আমেৰিকাৰ ওপৰত শুল্ক হ্ৰাস কৰিব ভাৰতে

নিউজ ডেস্কঃ

News Desk by News Desk
March 8, 2025
Reading Time: 1 min read
A A
0
Donald Trump on Indian tariff : ট্ৰাম্পৰ ভাবুকিৰ প্ৰভাৱ, আমেৰিকাৰ ওপৰত শুল্ক হ্ৰাস কৰিব ভাৰতে

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

আমেৰিকা (America)ত ক্ষমতালৈ অহাৰ পিছৰে পৰা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাণিজ্যৰ প্ৰেক্ষাপটত ভাৰতৰ বিৰুদ্ধে শেল নিক্ষেপ কৰি আহিছে। তেওঁ দাবী কৰে যে ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অধিক শুল্ক আদায় কৰে। সেইবাবেই আমেৰিকাই ভাৰতীয় বজাৰত ভালদৰে ব্যৱসায় কৰিব নোৱাৰে। তাৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকালৈ গৈ ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰে। কিন্তু তাৰ পিছতো ছবিখন সলনি হোৱা নাই। শুকুৰবাৰে হোৱাইট হাউছৰ অ’ভাল অফিচৰ পৰা ট্ৰাম্পে পুনৰবাৰ ভাৰতক শুল্ক আৰোপ সন্দৰ্ভত আঘাত কৰে। তেওঁ কয় যে তেওঁ ইমান দিনৰ ভাৰতৰ এক ‘কীৰ্তি’ উদঙাই দিলে। যাৰ বাবে এইবাৰ নতুন দিল্লীয়ে শুল্ক হ্ৰাস কৰিবলৈ বাধ্য হ’ব।

ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত (India on American products) শুল্ক হ্ৰাস কৰিবলৈ (Reduce tariffs) সন্মত হৈছে বুলি ট্ৰাম্পে কয়। তেওঁ কয়, “ভাৰতে আমাৰ পৰা বিপুল পৰিমাণৰ কৰ সংগ্ৰহ কৰে। ভাৰতত আমি একো বিক্ৰী কৰিব নোৱাৰো। কিন্তু এতিয়া শুল্ক হ্ৰাস কৰিবলৈ সন্মত হৈছে। কাৰণ, ইমান দিনে যি কৰি আহিছে, এতিয়া কোনোবাই সেই কৃতিত্ব উদঙাই দিছে।”

modi 1 | ASSAM TIMES POST
ট্ৰাম্পৰ ভাবুকিৰ প্ৰভাৱ, আমেৰিকাৰ ওপৰত শুল্ক হ্ৰাস কৰিব ভাৰতে

কেৱল ভাৰতেই নহয়, শুল্ক বিষয়ক লৈ বহু দেশক আক্ৰমণ কৰিছে ট্ৰাম্পে। তেওঁ কয় যে ইউৰোপীয় সংঘৰ পৰা আৰম্ভ কৰি চীন, ব্ৰাজিল বা আমেৰিকাৰ চুবুৰীয়া দেশ মেক্সিকো আৰু কানাডাই আমেৰিকাৰ সামগ্ৰীৰ পৰা বিপুল পৰিমাণৰ শুল্ক সংগ্ৰহ কৰে। ভাৰতত এই শুল্ক ১০০ শতাংশতকৈও অধিক। নতুন দিল্লীয়ে যিকোনো সামগ্ৰীৰ ওপৰত প্ৰায় ২০০ শতাংশ শুল্ক আৰোপ কৰে। ট্ৰাম্পে এই নীতিক “অন্যায়” বুলি অভিহিত কৰিছে। আমেৰিকাৰ প্ৰতি বিভিন্ন দেশৰ এই শুল্ক নীতিৰ বিৰুদ্ধে ‘পাৰস্পৰিক শুল্ক’ আৰোপ কৰাৰ বিষয়েও তেওঁ কয়। অৰ্থাৎ যিখন দেশে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰে, সেইখন দেশৰ ওপৰত আমেৰিকাই প্ৰতি শুল্ক আৰোপ কৰিব। ২ এপ্ৰিলৰ পৰা এই নীতি প্ৰৱৰ্তন হ’ব পাৰে। তেনে ক্ষেত্ৰত আমেৰিকাই ভাৰতৰ ওপৰতো অতিৰিক্ত শুল্ক আৰোপ কৰিব পাৰে।

মোদীৰ সৈতে হোৱা বৈঠকৰ অন্তত ট্ৰাম্পে যৌথ সংবাদমেলত ভাৰতৰ শুল্কক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, “ভাৰতে যি পৰিমাণৰ শুল্ক আদায় কৰে সেয়া অতি অন্যায়। মই তেওঁলোকক দোষ নিদিওঁ। কিন্তু এইদৰে ব্যৱসায় কৰাটো কঠিন। তেওঁলোকৰ শুল্কৰ বাবে ভাৰতত একো বিক্ৰী কৰাটো কঠিন।”

পৰিসংখ্যা অনুসৰি, ২০২৪ চনত ভাৰত আৰু আমেৰিকাৰ মাজত মুঠ ১২ হাজাৰ কোটি ডলাৰ (ভাৰতীয় মুদ্ৰাত ১১ লাখ কোটি) ব্যৱসায় হয়। ইয়াৰ ভিতৰত আমেৰিকাই ভাৰতলৈ ৪,১ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছে। ২০২৩ চনৰ তুলনাত বাণিজ্যিক ঘাটি ৪৫০০ কোটি ডলাৰ (৩ লাখ ৯৮ হাজাৰ কোটি টকা)।

Tags: IndianTariffOnAmericaআমেৰিকাৰওপৰতশুল্কহ্ৰাস
Share4Tweet3Send

Related Posts

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

by News Desk
June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

by News Desk
June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

by Staff Reporter
June 6, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

by Staff Reporter
June 6, 2026
50
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎
National-International

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

by Staff Reporter
June 6, 2026
50
ADVERTISEMENT
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT