ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলংত বিজেপিৰ সক্ৰিয় সদস্যৰ সন্মিলন: মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ জন্মদিন আৰু কাৰ্বি নৱবৰ্ষ উদযাপন

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
February 1, 2025
Reading Time: 1 min read
A A
0
কাৰ্বি আংলংত বিজেপিৰ সক্ৰিয় সদস্যৰ সন্মিলন: মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ জন্মদিন আৰু কাৰ্বি নৱবৰ্ষ উদযাপন

RELATED POSTS

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

New Logo Smal 4 | ASSAM TIMES POST

শণিবাৰে পুৱা ১১ বজাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে মাঞ্জাৰ লাংৱকু জলপ্ৰপাত স্থলীত কাৰ্বি আংলং জিলা বিজেপিৰ সক্ৰিয় সদস্যৰ সন্মিলন অনুষ্ঠিত হয় ৷ সন্মিলনৰ সমান্তৰালভাৱে আজিৰ দিনটো মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ জন্মদিন আৰু কাৰ্বি নৱবৰ্ষ পালন কৰি বনভোজৰো আয়োজন কৰে জিলা বিজেপিয়ে।

কাৰ্বি আংলংত বিজেপিৰ সক্ৰিয় সদস্যৰ সন্মিলন: মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ জন্মদিন আৰু কাৰ্বি নৱবৰ্ষ উদযাপন
কাৰ্বি আংলংত বিজেপিৰ সক্ৰিয় সদস্যৰ সন্মিলন: মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ জন্মদিন আৰু কাৰ্বি নৱবৰ্ষ উদযাপন

মাঞ্জাৰ লাংৱকুত আয়োজিত এদিনীয়া সন্মিলনখনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰি পূব আৰু পশ্চিম কাৰ্বি আংলঙৰ আটাইকেইটা বিধানসভা সমষ্টিৰ ৫ হাজাৰ সক্ৰিয় সদস্যই এই সন্মিলনত অংশ লয়। সদস্যসকলক এই সন্মিলনত সম্বৰ্ধনা জনোৱা হয়।475578278 1182588930534259 5690603225651310845 n | ASSAM TIMES POSTঅনুষ্ঠিত সন্মিলনত দলীয় ভেঁটি শক্তিশালী কৰাৰ লগতে চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আচঁনিসমূহৰ সঠিক ৰূপায়ন সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আলোচনাআয়োজিত সন্মিলনউন্নয়নমূলক আঁচনিকাৰ্বি আংলংকাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদকাৰ্বি নৱবৰ্ষজলপ্ৰপাত স্থলীজিলা বিজেপিতুলিৰাম ৰংহাঙদলীয় ভেঁটি শক্তিশালীদিনযোৰা কাৰ্যসূচীপশ্চিম কাৰ্বি আংলংপূব কাৰ্বি আংলংবনভোজনবিজেপি সদস্য সন্মিলনবিধানসভা সমষ্টিমাঞ্জাৰ লাংৱকুমুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ জন্মদিনশণিবাৰে পুৱাসঠিক ৰূপায়ন.সদস্য সম্বৰ্ধনা১১ বজাৰ পৰা৫ হাজাৰ সদস্য
Share5Tweet3Send

Related Posts

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

by News Desk
August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
50
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
60
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d