ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Indian Citizen Bangladesh Imprision I তিনি দশকৰ মূৰত বাংলাদেশৰ জে’লৰ পৰা মুক্তিলাভ ত্ৰিপুৰাৰ শ্বাহজাহানৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 21, 2024
Reading Time: 1 min read
A A
0
Indian Citizen Bangladesh Imprision I তিনি দশকৰ মূৰত বাংলাদেশৰ জে’লৰ পৰা মুক্তিলাভ ত্ৰিপুৰাৰ শ্বাহজাহানৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

৩৬ বছৰৰ মূৰত (End of 36 years) অৱশেষত বাংলাদেশৰ জে’লৰ পৰা মুক্তি (Bangladesh released from jail) পালে ত্ৰিপুৰাৰ শ্বাহজাহানে (Shahjahan of Tripura)। তিনি দশকৰ অন্তত তেওঁ বুধবাৰে ঘৰলৈ উভতি আহে। শ্বাহজাহান ওৰফে বিলাছৰ ঘৰ ত্ৰিপুৰাৰ সোণমুৰা দুৰ্গাপুৰত। ১৯৮৮ চনত শ্বাহজাহান বাংলাদেশৰ এজন আত্মীয়ৰ ঘৰলৈ যায়। তাতে আৰক্ষীয়ে তেওঁক আটক কৰে।Sheikh Hasina I বিচাৰৰ বাবে হাছিনাক বাংলাদেশলৈ ঘূৰাই পঠিয়াব লাগিব, ভাৰতক সতৰ্কবাণী বিএনপিৰ।

অনুপ্ৰৱেশৰ বাবে তেওঁ জে’ললৈ যাবলগীয়া হয়। বাংলাদেশ আৰক্ষীয়ে তেওঁৰ ওপৰত মিছা গোচৰ তৰি আদালতত হাজিৰ কৰায়। প্ৰথম অৱস্থাত আদালতে তেওঁক ১১ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। কিন্তু শাস্তিৰ ম্যাদ উকলি গ’লেও শ্বাহজাহানে ঘৰলৈ ঘূৰি আহিব পৰা নাছিল। বৰঞ্চ বিভিন্ন আইনী জটিলতাৰ বাবে আৰু ২৫ বছৰ পাৰ হৈ যায়।

কিন্তু বুধবাৰে বাংলাদেশৰ কমিলাৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় শ্বাহজাহানক। বাংলাদেশ সীমান্তৰক্ষী বাহিনী বি এছ এফৰ সহযোগত তেওঁ কমিলাৰ বিবি বজাৰ-সোনামুৰা শ্ৰীমন্তপুৰ চেক পোষ্টৰ জৰিয়তে ভাৰতলৈ উভতি আহে। এই ক্ষেত্ৰত আগৰতলাৰ এটা স্বেচ্ছাসেৱী সংগঠনেও সহায় কৰে।

Tripura 1 | ASSAM TIMES POST
তিনি দশকৰ মূৰত বাংলাদেশৰ জে’লৰ পৰা মুক্তিলাভ ত্ৰিপুৰাৰ শ্বাহজাহানৰ

কিন্তু তেতিয়াৰ চফল ডেকা শ্বাহজাহানৰ বয়স এতিয়া ৬২ বছৰ। তেওঁৰ বৃদ্ধ পত্নী আৰু পুত্ৰও আছে। শ্বাহজাহানক বন্দী কৰাৰ সময়ত তেওঁৰ পত্নী গৰ্ভৱতী আছিল। ইমান বছৰৰ পাছত প্ৰথমবাৰৰ বাবে পুত্ৰৰ মুখখন দেখা পালে পিতৃয়ে। আনহাতে, বহু সময়ৰ অপেক্ষাৰ অন্তত শ্বাহজাহানক ঘূৰাই পোৱাৰ পিছত সমগ্ৰ গাঁওখন আৱেগেৰে উপচি পৰে। ইফালে সংবাদ সংস্থাৰ আগত তেওঁৰ অকপট স্বীকাৰোক্তি, “মই যেন নৰকৰ পৰা স্বৰ্গলৈ উভতি আহিছোঁ। মোৰ যেন পুনৰ জন্ম হ’ল।”

উল্লেখ্য যে শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত বাংলাদেশৰ বিভিন্ন কাৰাগাৰৰ পৰা বহু লোকক মুকলি কৰি দিয়া হৈছে। হাছিনাৰ কুখ্যাত কাৰাগাৰ ‘আইনা ঘৰ’ৰ পৰাও মুক্তি পাই বহু ৰাজকীয় বন্দী ঘৰলৈ উভতিছে। ইউনাইটেড পিপ’লছ ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নেতা মাইকেল চাকমা (Leader Michael Chakma)য়ো ৫ বছৰৰ পাছত কাৰাগাৰৰ পৰা মুক্তিলাভ কৰিছে।

Tags: IndianCitizenBangladeshImprisionমুক্তিলাভত্ৰিপুৰাৰশ্বাহজাহানৰ
Share4Tweet3Send

Related Posts

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ
NORTHEAST

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

by News Desk
June 15, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx