ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

PGR-VGR Land : পিজিআৰ-ভিজিআৰ নির্বাচনী ইছ্যু : পৰিষদৰ প্ৰৱেশ পথত বিৰোধী যুৱ মৰ্চাৰ ধর্ণা প্রদর্শন

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
March 8, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

New Logo Smal | ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি (Kherani)আৰু কার্বি আংলং জিলা (Karbi Anglong)ৰ হাওৰাঘাট (Howrahghat)ত পিজিআৰ-ভিজিআৰ ভূমি (PGR-VGR Land)ত অখিলঞ্জীয়া লোকে অনাধিকাৰ দখল সাব্যস্ত কৰি বসবাস কৰাক লৈ কিছুদিন পূর্বে উত্তাল হৈ পৰিছিল দুয়োখন পার্বত্য জিলা। প্রায় চাৰিদিন অচল হৈ পৰা দুই পাহাৰীয়া জিলা দুখনৰ উত্তপ্ত পৰিস্থিতি শান্ত কৰাৰ বাবে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে যোরা ২০ ফেব্রুবাৰীত এখন সর্বদলীয় আৰু দল-সংগঠনৰ সভা অনুষ্ঠিত কৰি পিজিআৰ-ভিজিআৰ ভূমিত দখল সাব্যস্ত কৰি থকা সকলক উচ্ছেদৰ আশ্বাস দিয়াত অচলাবস্থাৰ ওৰ পৰিছিল। এইবাৰ লোকসভা নির্বাচনত যে পাহাৰৰ পিজিআৰ-ভিজিআৰ ভূমি দখল এক নির্বাচনী ইচ্ছ্যু হ’ব তাৰ উমান পোৱা গ’ল৷

PGRp1 1 | ASSAM TIMES POST

আজি বিৰোধী এপিএইচএলটি দলৰ (APHLT Party) মুখপাত্র আংতং ইংতি কাথাৰৰ নেতৃত্বত আজি হঠাৎ এটা দলে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদন (Karbi Anglong Autonomous Council) প্রৱেশ পথত অবস্থান কৰি ধৰ্ণা প্রদর্শন (Dharna shown at entry route) কৰে ৷ উল্লেখ্য যে ১৬ ফেব্রুবাৰীত খেৰণিত পিজিআৰ-ভিজিআৰক লৈ সংঘাত হোৱা স্থানত উপস্থিত হৈ বিধায়ক দৰছিং ৰংহাং আৰু পৰিষদৰ ৰাজহ বিভাগৰ কার্যবাহী সদস্য অমকছিং তিছ’ই ৭ মার্চৰ ভিতৰত ছার্থে ফাংছ নামৰ ব্যাক্তিগৰাকীৰ ভূমিত বিহাৰী লোকে কৰা বেদখল মুক্ত কৰাৰ প্রতিশ্রুতি দিছিল।

PGRp0 | ASSAM TIMES POST

পৰিষদে প্রতিশ্রুতি দিলে যদিও প্রতিশ্রুতি অনুসৰি বেদখল মুক্ত নকৰাত আজি পৰিষদৰ মূল প্রৱেশ দ্বাৰৰ সম্মুখত এই প্রতিবাদী কার্যসূচী গ্রহণ কৰা বুলি প্রতিবাদকাৰীসকলে জানিবলৈ দিয়ে। আৰক্ষীয়ে এই প্রতিবাদৰ বাতৰি লাভ কৰি প্রতিবাদকাৰীসকলক উক্ত স্থানৰ পৰা আঁতৰাই পঠায়। প্রতিবাদকাৰীসকলে উক্ত স্থান ত্যাগ কৰি পৰিষদৰ অধ্যক্ষ ৰীজু তিছ’ৰ চৰকাৰী আৱাসৰ সন্মুখত প্রতিবাদ অব্যাহত ৰাখিছে। আনহাতে, পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে উচ্ছেদ কার্য চলোৱাৰ বাবে বহু চককাৰী নীতি নিয়মৰ কথা দোহাৰি সংবাদমাধ্যমৰ আগত কয় যে, উচ্ছেদ চলোৱাৰ পূর্বে পৰিষদে এক জৰীপ চলাব লাগিব। ইয়াৰোপৰি পৰিষদে উচ্ছেদ চলোৱাৰ বাবে আৰক্ষী বাহিনীৰ প্রয়োজন হ’ব আৰু অগন্তুক নির্বাচনৰ পূর্বে ই সম্ভব নহ’ব। উক্ত স্থানত উচ্ছেদ চলোৱা হ’বই বুলি ৰংহাঙে দাবী কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: PGR-VGRLandপিজিআৰ-ভিজিআৰইছ্যু
Share4Tweet3Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
54
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
Kiss teenager : কিশোৰীক চুমা খোৱাৰ অপৰাধত পিতৃ আৰু বন্ধুৰ সৈতে উলংগ কৰি খোজকাঢ়িবলৈ বাধ্য কৰালে যুৱকক
National-International

Kiss teenager : কিশোৰীক চুমা খোৱাৰ অপৰাধত পিতৃ আৰু বন্ধুৰ সৈতে উলংগ কৰি খোজকাঢ়িবলৈ বাধ্য কৰালে যুৱকক

October 26, 2026
50
Rahul Gandhi : অমিত শ্বাহৰ বিৰুদ্ধে ‘অপমানজনক’ মন্তব্যত ৰাহুল গান্ধীক দোষমুক্ত আদালতৰ
National-International

Rahul Gandhi : অমিত শ্বাহৰ বিৰুদ্ধে ‘অপমানজনক’ মন্তব্যত ৰাহুল গান্ধীক দোষমুক্ত আদালতৰ

October 26, 2026
50
SIR row : এছআইআৰত কি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়, আৰটিআইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ নিৰ্বাচন আয়োগৰ
National-International

SIR row : এছআইআৰত কি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়, আৰটিআইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ নিৰ্বাচন আয়োগৰ

October 26, 2026
50
Electrocuted : গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু, কিন্তু কেনেকৈ ?
National-International

Electrocuted : গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু, কিন্তু কেনেকৈ ?

October 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kiss teenager : কিশোৰীক চুমা খোৱাৰ অপৰাধত পিতৃ আৰু বন্ধুৰ সৈতে উলংগ কৰি খোজকাঢ়িবলৈ বাধ্য কৰালে যুৱকক

Kiss teenager : কিশোৰীক চুমা খোৱাৰ অপৰাধত পিতৃ আৰু বন্ধুৰ সৈতে উলংগ কৰি খোজকাঢ়িবলৈ বাধ্য কৰালে যুৱকক

October 26, 2026
Rahul Gandhi : অমিত শ্বাহৰ বিৰুদ্ধে ‘অপমানজনক’ মন্তব্যত ৰাহুল গান্ধীক দোষমুক্ত আদালতৰ

Rahul Gandhi : অমিত শ্বাহৰ বিৰুদ্ধে ‘অপমানজনক’ মন্তব্যত ৰাহুল গান্ধীক দোষমুক্ত আদালতৰ

October 26, 2026
SIR row : এছআইআৰত কি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়, আৰটিআইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ নিৰ্বাচন আয়োগৰ

SIR row : এছআইআৰত কি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়, আৰটিআইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ নিৰ্বাচন আয়োগৰ

October 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d