ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Landslide in Jammu and Kashmir I জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভূমিস্খলন, শতাধিক বাহন আবদ্ধ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 22, 2024
Reading Time: 1 min read
A A
0
Landslide in Jammu and Kashmir I জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভূমিস্খলন, শতাধিক বাহন আবদ্ধ

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

জম্মু-শ্ৰীনগৰ (Jammu-Srinagar) ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এফালে প্ৰচণ্ড বৰষুণ, আনফালে বৰফ। ইফালে বুধবাৰে চন্দৰকোট-বনিহালৰ মাজৰ ঘাইপথটো ভাঙি পৰে। ৰামবন জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন হয়। যাৰ বাবে এশৰো অধিক যাত্ৰীবাহী গাড়ী আবদ্ধ হৈ আছে।

Landslide in Jammu and Kashmir
জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভূমিস্খলন, শতাধিক বাহন আবদ্ধ:

প্ৰশাসনৰ সূত্ৰ অনুসৰি, সোমবাৰৰ পৰা ৰামবন জিলাত ধাৰাসাৰ বৰষুণ হৈ আছে। বৰষুণৰ বাবে জিলাখনৰ বহু ঠাইত ভূমিস্খলন সংঘটিত হয়। বহু পৰ্যটকৰ ক্ষতি হয়। সোমবাৰেও বন্ধ থাকে ৰাষ্ট্ৰীয় ঘাইপথ। বুধবাৰে ভাঙি পৰাৰ পিছত পুনৰ বন্ধ কৰি দিয়া হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বিগত তিনিদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথত যান-জঁটৰ সৃষ্টি হৈছে। একেৰাহে ভূমিস্খলন হোৱাৰ বাবে বহু গাড়ী আবদ্ধ হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ধ্বংসাৱশেষ ক্ষিপ্ৰতাৰে আঁতৰোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে। বৰফ পৰাৰ বাবে কামত বাধা আহি পৰিছে। তুষাৰপাতৰ বাবে শ্ৰীনগৰ-লাডাখ পথো বন্ধ হৈ আছে। ইফালে বতৰ বিজ্ঞান বিভাগে কাশ্মীৰৰ উচ্চ অঞ্চলত হিমস্খলনৰ সতৰ্কবাণী জাৰি কৰিছে।

Tags: জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথতপুনৰ ভূমিস্খলনশতাধিক বাহন আবদ্ধ
Share4Tweet3Send

Related Posts

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

by News Desk
June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

by News Desk
June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

by News Desk
June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

by News Desk
June 13, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

by Staff Reporter
June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT