ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰবি আংলঙত পুণৰ নৱগঠিত ডিকেএলএ নামৰ উগ্ৰপন্থী সংগঠনৰ স্বয়ম্ভু অধ্যক্ষ সহ ভাতৃক গ্ৰেপ্তাৰ

ষ্টাফ ৰিপৰ্টাৰ, ডিফুঃ

Staff Reporter by Staff Reporter
December 22, 2023
Reading Time: 1 min read
A A
0
কাৰবি আংলঙত পুণৰ নৱগঠিত ডিকেএলএ নামৰ উগ্ৰপন্থী সংগঠনৰ স্বয়ম্ভু অধ্যক্ষ সহ ভাতৃক গ্ৰেপ্তাৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

কাৰবি আংলং জিলাত (Karbi Anglong) শান্তিৰ পৰিৱেশ ঘূৰি অহা বুলি চৰকাৰে দাবী কৰি অহাৰ বিপৰীতে সহজলভ্য ধনৰ মোহত একাংশ বিপদগামী যুৱকে নতুন উগ্ৰপন্থী সংগঠনৰ নামত ধন সংগ্ৰহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ডিফু আৰক্ষীয়ে ডিফেন্স অফ কাৰবি লিবাৰেছন আৰ্মী ডিকেএলএ নামৰ এটা উগ্ৰপন্থী সংগঠনৰ নামত ডিফুৰ এগৰাকী ব্যৱসায়ীৰ পৰা এক কোটি টকা দাবী কৰা সংগঠনটোৰ অধ্যক্ষ ৰিচিম কাথাৰ ওৰফে বৰচিং টকবী (৩০) আৰু তেওঁৰ কণিষ্ট ভাতৃ থমাছ টকবী (২২)ক গ্ৰেপ্তাৰ কৰে ৷

উগ্ৰপন্থী সংগঠনৰ স্বয়ম্ভু অধ্যক্ষ সহ ভাতৃক গ্ৰেপ্তাৰ
ডিকেএলএ নামৰ উগ্ৰপন্থী সংগঠনৰ স্বয়ম্ভু অধ্যক্ষ সহ ভাতৃক গ্ৰেপ্তাৰ:

আৰক্ষীৰ অভিযানকাৰী দলটোৱে ডিফু-লামডিং পথৰ পাঁচ কিলো পথত অভিযান চলাই দুয়ো গৰাকী স্বয়ম্ভূ কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে দুয়োৰে ঘৰ ডিফু-লামডিং পথৰ আঠ কিলোত ৷ আৰক্ষীয়ে দুয়োৰে পৰা চাৰিটা মোবাইল ফোন এখন মটৰ চাইকেল, ধনদাবী পত্ৰ উদ্ধাৰ কৰে ৷ দুয়ো গৰাকীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে ৷ আৰক্ষীয়ে এই সংক্ৰান্তত ডিফু থানাত ১২৭/২৩ নম্বৰত  এটা গোৰ ৰুজো কৰি তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখনীয়যে, কাৰবি আংলং জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক (সদৰ) দিলীপ মিলী আৰু ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জেএছ খবুঙে নেতৃত্বত চলা অভিযানটোত ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱ প্ৰতীম কোঁৱৰ আৰু থানা ষ্টাফে সহযোগ কৰিছিল ৷

Tags: কাৰবি আংলঙত পুণৰ নৱগঠিতডিকেএলএ নামৰ উগ্ৰপন্থী সংগঠনৰস্বয়ম্ভু অধ্যক্ষ সহ ভাতৃক গ্ৰেপ্তাৰ
Share4Tweet3Send

Related Posts

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day
DIPHU

June 6, 2026
50
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT