ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 8, 2023
Reading Time: 1 min read
A A
0
Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

‘ধনৰ বিনিময়ত প্ৰশ্ন’ গোচৰত লোকসভাৰ (Lok Sabha) সদস্য হিচাপে অযোগ্য ঘোষণা কৰা হ’ল সাংসদ মহুৱা মৈত্ৰক। নৈতিকতা সমিতিৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত তৃণমূল, কংগ্ৰেছ আদি বিৰোধী দলসমূহে প্ৰতিবেদনখন পঢ়িবলৈ কিছু সময় বিচাৰিছিল। কিন্তু অধ্যক্ষই তাৰ বাবে সময় নিদিলে। আনকি মহুৱাক কোনো কথা ক’বলৈও অনুমতি দিয়া নহ’ল।

লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক
লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক:

আলোচনাৰ অন্তত ভোটদানত তেওঁৰ সাংসদ পদ নাকচ কৰা হয়। ইফালে বহিষ্কাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে মহুৱাই। নৈতিকতা সমিতিয়ে উপযুক্ত পৰীক্ষণ অবিহনে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি শাস্তি নিশ্চিত কৰা বুলিও কয়। ধন লোৱা বা উপহাৰ লোৱাৰ কোনো প্ৰমাণ নাই বুলি তেওঁৰ দাবী। তেওঁ কয়, “মোডী চৰকাৰে মোক চূপ কৰিবলৈ চেষ্টা কৰিছে। মহিলা সাংসদক হাৰাশাস্তি কৰা হৈছে। আগন্তুক ছমাহতো হাৰাশাস্তি কৰা হ’ব।”

Tags: বহিষ্কাৰ মহুৱা মৈত্ৰকলোকসভাৰ পৰা
Share4Tweet3Send

Related Posts

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

by Staff Reporter
June 6, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

by Staff Reporter
June 6, 2026
50
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎
National-International

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

by Staff Reporter
June 6, 2026
50
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”
National-International

Porn Video । ইণ্টাৰনেটত পৰ্ণ’গ্ৰাফিক ছবি চাবলৈ লাগিব আধাৰ কাৰ্ড, নতুন আইনৰ প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
June 6, 2026
50
AirTrunk I ২০৩০ চনৰ ভিতৰত দেশত ৩ লাখ কোটি বিনিয়োগৰ পথত এয়াৰট্ৰাংক
National-International

AirTrunk I ২০৩০ চনৰ ভিতৰত দেশত ৩ লাখ কোটি বিনিয়োগৰ পথত এয়াৰট্ৰাংক

by Staff Reporter
June 6, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

Iran US war I অস্ত্ৰৰ নাটনি, যুদ্ধবিৰতিৰ বাহিৰে গত্যন্তৰ নাই ইৰাণৰ: দাবী ট্ৰাম্পৰ

by Staff Reporter
June 6, 2026
50
ADVERTISEMENT
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

June 6, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

June 6, 2026
50
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎
National-International

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

June 6, 2026
50
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”
National-International

Porn Video । ইণ্টাৰনেটত পৰ্ণ’গ্ৰাফিক ছবি চাবলৈ লাগিব আধাৰ কাৰ্ড, নতুন আইনৰ প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

June 6, 2026
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

June 6, 2026
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx