ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

উপৰাষ্ট্ৰপতি নাইডুৰ দ্বাৰা বলীউড তাৰকাই লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটাঃ

Staff Reporter by Staff Reporter
December 24, 2019
Reading Time: 1 min read
A A
0
উপৰাষ্ট্ৰপতি নাইডুৰ দ্বাৰা বলীউড তাৰকাই লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটাঃ

ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত ডিচেম্বৰ ২৩ তাৰিখে ৬৬ সংখ্যক নেশ্বনেল এৱাৰ্ডৰ আয়োজন কৰা হয় য’ত উপস্থিত থাকে উপৰাষ্ট্ৰপতি বেংকেয়া নাইডু। ইয়াৰ উপৰিও, এই অনুষ্ঠানত কেইবাগৰকীও বলীউডৰ তাৰকাকো দেখিবলৈ পোৱা যায়।

RELATED POSTS

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

dc Cover 93nobol5scksf95emp7kca68g3 20190809170156.Medi | ASSAM TIMES POST

শ্ৰী ৰাম ৰাঘৱন দ্বাৰা পৰিচালিত তথা আয়ূমান খুৰানা আৰু তাবু অভিনীত ছবি “অন্ধাধুন” ক শ্ৰেষ্ঠ হিন্দী ছবিৰ বঁটা দিয়া হয়। ইয়াৰ লগতে, “পদ্মাৱত” ছবিখন বেষ্ট কৰিঅ’গ্ৰাফী আৰু সঞ্জয় লীলা ভঞ্চালিক বেষ্ট মিউজিক ডাইৰেক্টৰ খিতাপ দিয়া হয়।

https://twitter.com/PIB_India/status/1209007115823505408

https://twitter.com/PIB_India/status/1209001614616383489

“বধাই হো” ছবিখনে বেষ্ট এন্টাৰটেইনমেন্ট ছবিৰ বঁটা লাভ কৰাৰ সমান্তৰালকৈ “উৰিঃ ডা চাৰ্জিকেল ষ্ট্ৰাইক” ছবিখনে লাভ কৰে বেষ্ট বেকগ্ৰাউন্ড মিউজিক এৱাৰ্ড।

SOURCE:https://rupaliparda.com/archives/8857

Tags: bollywood cinemabollywood filmbollywood movieNational Film Award
Share4Tweet3Send

Related Posts

Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

by Staff Reporter
June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

by Staff Reporter
June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

by Staff Reporter
June 21, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

কেৰালাত শ্বিগেলা বেক্টেৰিয়াৰ কবলত শতাধিক, বাঢ়িছে মৃত্যুৰ সংখ্যা

by Staff Reporter
June 21, 2026
50
আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

আন্তৰ্জাতিক যোগ দিৱসত কলকাতাত তিনিখন যুদ্ধ জাহাজ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

by Staff Reporter
June 21, 2026
50
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

by News Desk
June 20, 2026
50
ADVERTISEMENT
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 
National-International

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ ইজৰাইলৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

মহাশূন্যত বিশ্বকাপৰ জ্বৰ! মহাকাশ কেন্দ্ৰত ফুটবল সম্ভৱনে? গৱেষণা আৰম্ভ 

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx