ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Fresh Violence in Manipur I মণিপুৰত পুনৰ সংঘৰ্ষ, মেইটেই মহিলাৰ নিৰাপত্তা বাহিনীলৈ ইটাবৰ্ষণত আহত কমেও ১৭

নিউজ ডেস্কঃ

News Desk by News Desk
August 3, 2023
Reading Time: 1 min read
A A
0
Fresh Violence in Manipur I মণিপুৰত পুনৰ সংঘৰ্ষ, মেইটেই মহিলাৰ নিৰাপত্তা বাহিনীলৈ ইটাবৰ্ষণত আহত কমেও ১৭

RELATED POSTS

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

মণিপুৰত পুনৰ আৰম্ভ হৈছে অশান্তি (Fresh Manipur Violence)। নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১৭ জন লোক আহত (17 injured in encounter with security forces) হয়। বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাজ্যৰ বিষ্ণুপুৰ জিলাত উত্তেজনাৰ সৃষ্টি হয়। পিছত মেইটেই মহিলাৰ সৈতে সেনাৰ সংঘৰ্ষ (Army clashes with Meitei women) হয়।

বিষ্ণুপুৰ জিলাত বৃহস্পতিবাৰে পুৱাৰে পৰা উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে। জানিব পৰা মতে, বৃহস্পতিবাৰে এদল মহিলাই বেৰিকেড পাৰ হʼব বিচাৰিছিল। আছাম ৰাইফলছ আৰু আৰএএফে তেওঁলোকক আটক কৰে। ইয়াৰ প্ৰত্যুত্তৰত মহিলাসকলেও ইটা নিক্ষেপ কৰিবলৈ ধৰে। ফলস্বৰূপে আৰম্ভ হয় সংঘাত। খবৰ অনুসৰি, কমেও ১৭ জন লোক আহত হৈছে। একেখন জিলাৰ কংভাই আৰু ফৌগাকচাওত আন্দোলনকাৰী জনগোষ্ঠীটোক ছত্ৰভংগ দিয়াবলৈ মণিপুৰ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰে।

মণিপুৰত পুনৰ সংঘৰ্ষ,
মণিপুৰত পুনৰ সংঘৰ্ষ, মেইটেই মহিলাৰ নিৰাপত্তা বাহিনীলৈ ইটাবৰ্ষণত আহত কমেও ১৭

ইফালে সংঘৰ্ষৰ পিছত পুনৰ পূব আৰু পশ্চিম ইম্ফলত জাৰি কৰা হৈছে কাৰ্ফিউ। আজি পুৱা সাত বজাৰ পৰাই বহু লোকে নিৰাপত্তাৰক্ষী বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। সেয়া চম্ভালি থকাৰ সময়তে সংঘৰ্ষ হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ArmyClashesMeiteiWomenManipurVIOLANCEমণিপুৰসংঘৰ্ষ
Share4Tweet3Send

Related Posts

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

by ASSAM TIMES POST
August 25, 2026
54
Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ
NORTHEAST

Nagaland Millet Festival 2026 : ২৬ আগষ্টত নাগালেণ্ডত দ্বিতীয় মিলেট মহোৎসৱ

by News Desk
August 25, 2026
52
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

by News Desk
August 25, 2026
58
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

by News Desk
August 24, 2026
53
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

by News Desk
August 24, 2026
52
Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets
NORTHEAST

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

by ASSAM TIMES POST
August 21, 2026
59
ADVERTISEMENT
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d