ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

সাংসদ পদ খাৰিজ সন্দৰ্ভত বিদেশত মুখ খুলিলে ৰাহুল গান্ধীয়ে

নিউজ ডেস্কঃ

News Desk by News Desk
June 1, 2023
Reading Time: 1 min read
A A
0
সাংসদ পদ খাৰিজ সন্দৰ্ভত বিদেশত মুখ খুলিলে ৰাহুল গান্ধীয়ে

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

“কল্পনাই কৰা নাছিলো…।” কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লোকসভাৰ সাংসদ পদ হেৰুওৱা সন্দৰ্ভত নিজৰ মতামত এনেদৰে প্ৰকাশ কৰে।

বৰ্তমান আমেৰিকাৰ তিনিখন চহৰ ভ্ৰমণৰ বাবে আমেৰিকাত আছে ৰাহুল গান্ধী (Rahul Gandhi in America)। বুধবাৰে কেলিফ’ৰ্ণিয়াৰ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত (Stanford University, California) ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিওঁতে তেওঁ সংসদৰ সদস্য পদৰ পৰা বৰ্খাস্ত (Dismissed as a member of Parliament) হোৱাৰ বিষয়ে মুকলিকৈ কয়। ৰাহুল গান্ধীয়ে কয়, যেতিয়া তেওঁ ৰাজনীতিত যোগদান কৰিছিল তেতিয়া তেওঁ কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁৰ সাংসদ পদক এনেদৰে বৰ্খাস্ত কৰিব পৰা যাব। একে সময়তে তেওঁ কয় যে এই পৰিস্থিতিয়ে তেওঁক ৰাইজক অধিক সেৱা কৰাৰ সুযোগ দিছে। ৰাহুলে লগতে কয়, “এইটো মোৰ বাবে এটা ডাঙৰ সুযোগ। আগতে কৰিবলৈ সুযোগ পোৱা যিকোনো কামতকৈও হয়তো ডাঙৰ। ৰাজনীতি এনেদৰেই চলি থাকে।”

rahul 1 | ASSAM TIMES POST

ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতি থাকোঁতে ৰাহুলে কয়, “ইয়াত ভাৰতীয় যুৱ ছাত্ৰৰ দল এটা আছে। তেওঁলোকৰ লগত কথা পাতিব বিচাৰো। এইটো মোৰ অধিকাৰ।” ভাৰত জোড়ো যাত্ৰাৰ কথাও উল্লেখ কৰে তেওঁৰ বক্তব্যত। উল্লেখযোগ্য যে ২০১৯ চনত হোৱা মোডী উপাধিৰ বিতৰ্কৰ বাবেই চলিত বৰ্ষৰ আৰম্ভণিতে ৰাহুল গান্ধীক আদালতে দোষী সাব্যস্ত কৰে। ইয়াৰ পিছতে ৰাহুলৰ লোকসভাৰ সাংসদ পদ নাকচ কৰা হয়। সাংসদ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত ৰাহুল গান্ধীয়ে নিজৰ চৰকাৰী বাসগৃহ এৰি দিয়ে। তাৰ পিছত এয়া হৈছে তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ।

Tags: member of ParliamentRahul gandhiসংসদৰ সদস্য পদৰাহুল গান্ধী
Share4Tweet3Send

Related Posts

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

by News Desk
June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

by News Desk
June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

by Staff Reporter
June 6, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

by Staff Reporter
June 6, 2026
50
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎
National-International

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

by Staff Reporter
June 6, 2026
50
ADVERTISEMENT
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT